বেয়া জীৱনশৈলী, বিশেষকৈ অত্যাধিক মিঠা খোৱাৰ ফলত শিশুৰ পেটত পেলু হয়। পাকস্থলীত হঠাতে বিষ, ভোক নোহোৱা আৰু বমি হৈছে পেলুৰ মূল লক্ষণ। বিশেষজ্ঞসকলৰ মতে, ৬ মাহতকৈ সৰু শিশুৰ পেলু হোৱাৰ আশংকা অধিক। যদি পাকস্থলীত অধিক পেলু থাকে, তেনেহ’লে ই শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰে।সন্তানৰ এই সমস্যাৰ বাবে বহু অভিভাৱক চিকিৎসকৰ কাষ
ভুল খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে অধিকাংশ লোকেই আজিকালি হজম সম্পৰ্কীয় সমস্যাত ভোগে। অধিক গধুৰ খাদ্য খোৱাৰ ফলত শৰীৰে ইয়াক হজম কৰাটো কঠিন হৈ পৰে। যাৰ ফলত গেছ, বদহজম, কোষ্ঠকাঠিন্য, ওকালি অহা আদি সমস্যাৰ সৃষ্টি হয়।যদি এই সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, পৰিস্থিতি অতি গুৰুতৰ হ’ব পাৰে। পেটৰ সকলো ধৰণৰ
সুস্বাস্থ্যৰ গৰাকী হ’বলৈ ভাল খাদ্য খোৱাটো খুবেই জৰুৰী। শৰীৰটোক কাম কৰিবলৈ যিদৰে শক্তিৰ প্ৰয়োজন, মগজুকো কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন। এজন ব্যক্তিয়ে শৰীৰটো স্বাস্থ্যৱান কৰি ৰখাৰ বাবে বহু কিবা-কিবি কৰে।কিন্তু মানসিক স্বাস্থ্যক তেওঁলোকে আওঁকান কৰে।মূলতে শিশুসকলে তেওঁলোকৰ বেছিভাগ কামৰ বাবে পিতৃ-মাতৃৰ ওপৰত ভৰষা কৰে।সেয়েহে, অভিভাৱকসকলে শিশুৰ মন-মগজু বিকাশৰ বাবে খাদ্যৰ উচিত
মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা। লালমাটিত এখন বাছে মহটিয়াই নিলে এগৰাকী মহিলাক। এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী। ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা।
মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা। আনটো দুৰ্ঘটনা সংঘটিত কৰে এখন স্ক’ৰপিঅ’ বাহনে। নিয়ন্ত্রণ হেৰুৱাই স্ক’ৰপিঅ’ বাহনখনে খুন্দা মাৰে এজন লোকক। বাহনখনে মহটিয়াই নিয়ে দুখন দুচকীয়া বাহনো। দুৰ্ঘটনাটোত আহত হয় স্ক’ৰপিঅ’খনৰো দুজন যাত্রী। সুৰামত্ত অৱস্থাত আছিল স্ক’ৰপিঅ’খনৰ চালক।