কলিয়াবৰৰ কাঞ্চনজুৰিত শণিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চলন্ত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। নিহত লোকজনক আমবাগান খামখোৱাৰ নিৰ্মল বৈষ্ণৱ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। জানিব পৰামতে, শাদোফেক্স নামৰ ডেলিভাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিল নিহত যুৱকজন। কলিয়াবৰৰ হাতীয়েখোৱাৰ পৰা ডেলিভাৰীৰ সামগ্ৰী লৈ কুঠৰীলৈ গৈ থকা সময়তে
শুক্ৰৰ গতিয়ে ২৫ তাৰিখে স্থান পৰিৱৰ্তন কৰিব, যাৰ ফলত কিছুমান ৰাশি উপকৃত হ’ব। শুক্ৰ তুলাৰ পৰা বৃশ্চিক ৰাশিলৈ স্থান পৰিৱৰ্তন কৰিব। শুক্ৰৰ ৰাশি পৰিৱৰ্তন জ্যোতিষশাস্ত্ৰত খুবেই গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। শুক্ৰৰ এক ভাল অৱস্থানে যিকোনো ৰাশিৰ ভাগ্য উদয় কৰিব পাৰে। শুক্ৰৰ গতিয়ে ২৫ তাৰিখে স্থান পৰিৱৰ্তন কৰিব, যাৰ ফলত কিছুমান
In a season of giving, the Leo Club of Guwahati South, in collaboration with its parent club, has undertaken heartwarming initiatives to spread joy and warmth throughout the community. Spreading Happiness during Christmas:The festive spirit came alive as members of the Leo Club celebrated pre-Christmas festivities at Geetanagar Rd. Delightful
তামুলপুৰ আৰক্ষীৰ অভিযানত উৎখাট হৈছে বৃহৎ মানৱ সৰবৰহকাৰী চক্ৰ। অৰুণাচলৰ পাপুনপাৰে জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে তামুলপুৰৰ দৰংগামেলাৰ পৰা তিনি বছৰ পূৰ্বে নিৰুদ্দিষ্ট এগৰাকী কিশোৰী। আৰক্ষীয়ে আটক কৰিছে তিনি মানৱ সৰবৰাহকাৰী। আটকাধীন সৰবৰহকাৰী কেইজন ওদালগুৰি জিলাৰ নুনাইবাগানৰ ৰোমিও কন্দাপান (৩২), তামুলপুৰ জিলাৰ গোৰেশ্বৰ গাছবাৰীৰ জিতু শৰ্মা(৪৩) আৰু অৰুণাচলৰ জি ৰোডৰ
নতুন বছৰত বক্ৰ স্থানত অৱস্থান কৰিব শনিদেৱ। ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব। শনি বক্ৰ অৱস্থাত থকাৰ ফলত ৩ ৰাশিৰ জাতক-জাতিকাসকলৰ উন্নতি অনিবাৰ্য। আগন্তুক বছৰত অৰ্থাৎ ৩০ জুনৰ পৰা ১৫ নৱেম্বৰ ২০২৪লৈ শনি বক্ৰ অৱস্থাত থাকিব। মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল খবৰ আহিব। শনিদেৱৰ বিশেষ কৃপাত জীৱনত প্ৰচূৰ