Blood Group Wise stroke Risk: A, B, AB আৰু O গ্রুপৰ ভিতৰত কাৰ ষ্ট্ৰোকৰ ভয় সকলোতকৈ বেছি? চাওক তালিকা। ব্লাড গ্ৰুপ আৰু ষ্ট্ৰোকৰ মাজত পোনপটীয়া সম্পৰ্ক আছে নে ষ্ট্ৰোকৰ
ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি হাজোৰ বিধায়িকাগৰাকীয়ে সমালোচনা কৰে ৰাহুল গান্ধীক। বিধায়িকাগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধী এটা এলিয়েন। ৰাহুল গান্ধী কোন
আম আদমি পার্টী, অসমে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত এই তৎপৰতা চূড়ান্ত পর্য্যায়ত আছে আৰু এই প্রক্রিয়াত অহা দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ
অচিৰে আদালতত সশৰীৰে উপস্থিত হ’ব লাগিব বাংলা অভিনেত্রী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান। ফ্লেট প্ৰতাৰণা কাণ্ডত এই নির্দেশনা জাৰি কৰিলে আলিপুৰ ন্যায়িক আদালতে। পূর্বে আলিপুৰ আদালতে বছিৰহাটৰ সাংসদগৰাকীক উক্ত
আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰলৈ সক্রিয় বায়ুসেনাৰ বৈমানিক যুৱতী মিছ আমেৰিকা নিৰ্বাচিত হ’ল। ২২ বছৰীয়া মেডিছন মার্চে ২০২৪ বৰ্ষৰ মিছ আমেৰিকাৰ খিতাপ জয় কৰিলে। মেডিছনে মিছ ৱৰ্ল্ড ২০২৪ত আমেৰিকাত প্রতিনিধিত্ব কৰিব। খিতাপ