এইকেইটা লক্ষণ দেখা পালে আপোনাৰ লিভাৰ পৰীক্ষা কৰাওক: মানৱ দেহত লিভাৰ এটা অপৰিহাৰ্য্য অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোকাষে থাকে। আমি খোৱা পানী যেনেদৰে ফিল্টাৰ কৰি বিশুদ্ধ কৰি লও, ঠিক তেনেদৰে লিভাৰটোৱেও শৰীৰত জমা হোৱা আবৰ্জনাবোৰ নিস্কাষণ কৰি আমাৰ দেহত তেজ পৰিস্কাৰ কৰি শৰীৰটোক সূস্থ কৰি ৰখাৰ গুৰুত্ব
ডায়েবেটিছ এনেকুৱা এটা ৰোগ যিটো আন বহু সমস্যাৰ মূল বুলি গণ্য কৰা হয়। ইয়াৰ বাবে হৃদৰোগ, বৃক্কৰ ৰোগ আৰু সকলো ধৰণৰ সমস্যাৰ সৃষ্টি হয়, তাৰ ভিতৰত এটা হ’ল ভৰিৰ তীব্ৰ বিষ, যাৰ বাবে ৰোগীৰ খোজ কঢ়াত অসুবিধা হয়। তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ পাছত ভৰিৰ বিষ হোৱাটো সাধাৰণ কথা, কিন্তু
মহিলাসকলৰ সমান্তৰালকৈ পুৰুষসকলেও ভুগিছে চুলি সৰাৰ সমস্যাত। চুলি সৰাটো বৰ্তমান হৈ পৰিছে প্ৰধান সমস্যা। ধূলি, মলি, উফি আৰু আৰ্দ্ৰতাৰ বাবে চুলিয়ে বহু অসুবিধাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। যদি চুলিৰ যত্ন ভালদৰে লোৱা নহয়, তেন্তে চুলিৰ ওপৰত মলি জমা হয়, যাৰ বাবে চুলিৰ সমস্যা ইটোৰ পিছত সিটোকৈ বাঢ়ি যায়। এনে অৱস্থাত
শীতকালত উৎপাদিত অন্যতম পাচলি হৈছে ফুলকবি। প্ৰায়ভাগ লোকৰে প্ৰিয় এই ফুলকবি। ফুলকবিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি ধাৰণা কৰি লয় প্ৰায় লোকে। ফুলকবিৰ ভাজি, মাছৰ সৈতে ফুলকবি, মুঠতে বিভিন্নধৰণেৰে আঞ্জা বনাই খাই ফুলকবি। কিন্তু, অত্যধিক পৰিমাণে ফুলকবি খোৱাৰ ফলত হজম শক্তি কমি যায়, স্বাস্থ্যৰ ক্ষতি হয়। কিয়নো ফুলকবি উৎপাদনত যথেষ্ট পৰিমাণে
মানুহৰ সঘনে হোৱা এবিধ ৰোগ হৈছে কাহ-চৰ্দি। বিশেষকৈ শীত কালত মানুহ বেছিকৈ আক্ৰান্ত হয় এই ৰোগত। ঠাণ্ডা লাগিলে, ধূলি লগাৰ ফলতো বহু সময়ত এই ৰোগে দেখা দিয়ে। ঘৰুৱা উপাচাৰৰ জৰিয়তে এলাৰ্জি জনিত এই কাহ-চৰ্দিৰ পৰা পৰিত্ৰাণ পাব পাৰি। বিশেষকৈ তুলসীৰ চাহে এই ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। কিয়নো তুনসীত