কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

প্ৰচলিত বিশ্বাস অনুসৰি উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰৰ মাজত এক বিশেষ সংযোগ আছে। দেশৰ উত্তৰ আৰু দক্ষিণ দুই প্ৰান্তত থকা এই দুই মন্দিৰেই মহাদেৱৰ নামত নিবেদিত। এই দুটাই হৈছে জ্যোতিৰ্লিংগ। দ্বাদশ জ্যোতিৰ্লিঙ্গৰ মাজত অন্যতম দুই জ্যোতিৰ্লিঙ্গ হৈছে কেদাৰনাথ আৰু ৰামেশ্বৰম। উল্লেখযোগ্য বিষয় হৈছে যে দুই জ্যোতিৰ্লিঙ্গৰ দ্ৰাঘিমাংশ ৰেখাৰ ৭৯

ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা

ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা

ChatGPT যি সংস্থাই নিৰ্মাণ কৰিছে অৰ্থাৎ OpenAI ৰ চিইঅ’ পদৰ পৰা ছেম অল্টমেনক বৰ্খাস্ত কৰিছে কোম্পানীয়ে। মাইক্ৰছফটৰ অধীনত থকা এই টেক কোম্পানীৰ নতুন চিইঅ’ হৈছে ভাৰতীয় বংশোদ্ভূতৰ মিৰা মুৰাতি। ছেম অল্টমেনক বৰ্খাস্ত কৰাৰ পাছতেই OpenAIৰ সহ প্ৰতিষ্ঠাতা গ্ৰেগ ব্ৰুকমেনেও ইস্তাফা দিছে। কিয় বৰ্খাস্ত কৰা হৈছে ছেম অল্টমেনক? সংবাদ সংস্থাৰ সূত্ৰৰ

হাগ্ৰামা মহিলাৰী এতিয়া এখন ডুবন্ত নাও : উৰ্খাও গৌৰা ব্ৰহ্ম

হাগ্ৰামা মহিলাৰী এতিয়া এখন ডুবন্ত নাও : উৰ্খাও গৌৰা ব্ৰহ্ম

১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল দল ক্ষমতালৈ অহাৰ পিছতহে অঞ্চলটোলৈ শান্তি-সম্প্ৰীতি ঘূৰি আহিছে। সেয়ে ইউ পি পি এলৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। এই মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ মহিৰংগ ফাওথিনাশালীত

পত্নীৰ দাৰ ঘাপত আহত স্বামী!

পত্নীৰ দাৰ ঘাপত আহত স্বামী!

ৰূপহীহাটৰ ৩নং ভূৰবন্ধাত আজি দিনৰ ভাগত এক পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিৰ ঘটনা সংগঠিত হয়। পত্নীয়ে হত্যাৰ চেষ্টা চলালে নিজ স্বামীক ৷ পত্নী নুৰ নেহাৰৰ দাৰ ঘাপে ডিঙি কাটিলে স্বামী আনোৱাৰ হুছেইনৰ। স্বামী আনোৱাৰ হুছেইনে দ্বিতীয় বিবাহ কৰাৰ বাবেই প্ৰথমা পত্নীয়ে সংঘটিত কৰিলে এই জঘন্য কাণ্ড৷ পত্নীৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৱাৰ্ড মেম্বাৰ দেৱজিৎ দত্তৰ…

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৱাৰ্ড মেম্বাৰ দেৱজিৎ দত্তৰ…

ধেমাজি জিলা মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৰ্ব মাছখোৱা গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য দেৱজিৎ দত্তই ঘৰত কোনো নথা সুযোগ গ্ৰহণ কৰি যোৱা ৪ ডিচেম্বৰত ১৩ বছৰীয়া এগৰাকীৰ কিশোৰীক বলপূৰ্বক ভাৱে ধৰ্ষণৰ চেষ্টা চলোৱাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। ইতিপূৰ্বে গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজেহাৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে