নগাঁৱৰ মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস উদযাপন,উৎসাহৰে অংশগ্ৰহণ ককা-আইতাৰ

নগাঁৱৰ মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস উদযাপন,উৎসাহৰে অংশগ্ৰহণ ককা-আইতাৰ

নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ মিছা সেনা শিবিৰ চৌহদত অৱস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত বুধবাৰে ককা-আইতা দিৱসৰ উদযাপন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাথমিক বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ককা-আইতাই কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায় ।

যৌতুকৰ বাবে পত্নীক হত্যাৰ অভিযোগ

যৌতুকৰ বাবে পত্নীক হত্যাৰ অভিযোগ

এক মৰ্মান্তিক, হৃদয় বিদাৰক ঘটনা। স্বামী পৰিয়ালে পৰিকল্পিতভাৱে এগৰাকী ন-বোৱাৰীক হত্যা কৰাৰ অভিযোগ। সাতবইনীৰটুপৰ আবু ছায়েদে তেওঁৰ কন্যাক প্ৰায় দুবছৰ পূৰ্বে জশিহাটী গাঁৱৰ ছানোৱাৰ দেৱানৰ পুত্ৰ তমেজ উদ্দিনৰ লগত সামাজিকভাৱে

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us