ৰাম মন্দিৰ উদ্বোধনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দেশবাসীয়ে। নিৰ্মাণকাৰ্য প্ৰায় সমাপ্তিৰ দিশেই। এইবাৰ আৰম্ভ হৈছে পুৰোহিত নিৰ্বাচনৰ কাম। ইতিমধ্যেই তিনি হাজাৰৰো অধিক লোকে ৰাম মন্দিৰৰ পুৰোহিত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আৱেদন কৰিছে। যদিও পুৰোহিতৰ পদ আছে মাত্ৰ ২০টা। এইবাৰ পুৰোহিত নিৰ্বাচনতো সমস্যাই দেখা দিছে কৰ্তৃপক্ষৰ মাজত। শ্বৰ্ট
ঔষধক লৈ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ অভিযোগত এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে যোগগুৰু ৰামদেৱৰ পতঞ্জলি। বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ নকৰিলে কোটি টকাৰ জৰিমনা বিহা হ’ব বুলিও সতৰ্ক কৰি দিয়া হৈছে। ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ অভিযোগ দাখিল কৰিছিল ইণ্ডিয়ান মেডিকেল এছোচিয়েছনে। আধুনিক ঔষধৰ বিৰোধীতা কৰি যোগগুৰুৰ বিভ্ৰান্তিমূলক বিজ্ঞাপন তৈয়াৰৰ বিৰুদ্ধে আইএমএৰ গোচৰৰ শুনানি
ৰাধা-কৃষ্ণৰ প্ৰেমৰ কাহিনী সৰ্বজনবিদিত। স্বামী থকা স্বত্তেও ৰাধাই কৃষ্ণৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰাখিছিল। এই সম্পৰ্কই লাভ কৰিছিল অমৰ প্ৰেমৰ সন্মান। হিন্দু লোকাচাৰে আজিও বিবাহ বহিৰ্ভূত সম্পৰ্কক মান্যতা নিদিয়ে যদিও শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত থকা সম্পৰ্কক কিয় সকলোৱে মানি লৈছিল? কিয় অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে? ৰাধা
ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে। বিভিন্ন কাৰণত এজন লোক বহুমূত্ৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ। বহুমূত্ৰ বা মধুমেহ মূলত হৈছে এক হৰম’নজনিত ৰোগ। আমাৰ শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন
এই বছৰত গ্ৰহৰ অধিপতি সূৰ্য্যই শেষবাৰৰ বাবে নিজৰ অৱস্থান সলনি কৰিবলৈ ওলাইছে। ১৬ ডিচেম্বৰত সূৰ্য্যই ধনু ৰাশিত প্ৰৱেশ কৰিব। ১৫ জানুৱাৰীলৈ এই ৰাশিত থাকিব সূৰ্য্যদেৱ। সূৰ্য্য নৱগ্ৰহৰ অধিপতি। ফলত ১২ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব, কোনোবা কম, আৰু কোনোবা বেছি প্ৰভাৱিত হ’ব। জ্যোতিষীৰ মতে চলিত বৰ্ষৰ শেষৰ সূৰ্যগ্ৰহণৰ সময়ত কেইবাজনো