🔴২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS 🔴গুৱাহাটী আহি পালেহি ইলেকট্ৰিক চিটী বাছসমূহ 🔴প্ৰতিখন বাছৰ দাম ১ কোটিৰ পৰা ১.২০ কোটি টকা 🔴গুৱাহাটীৰ ৫টাকৈ স্থানত নিৰ্মাণ কৰা হৈছে চাৰ্জিং পইণ্ট
🔴মহানগৰীৰ ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃত্যু 🔴ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ 🔴হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো এপাৰ্টমেণ্টত এই ঘটনা 🔴এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো 🔴পশ্চিমবংগৰ বাসিন্দা ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে লিভিঙত আছিল যুৱতীগৰাকী 🔴জানিব পৰা মতে, নিশা ৰূপেশ ৰয়-ঋত্বিকা সোণাৰৰ মাজত হৈছিল কাজিয়া
🔹গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ফণীধৰ দত্ত সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জন-সম্পৰ্ক- A public relations meet শীৰ্ষক আলোচনা সভা অনুষ্ঠিত হয়। 🔹সভাত অসমৰ বিভিন্ন ব্যক্তিগত আৰু চৰকাৰী উন্নয়ন খণ্ডৰ জনসংযোগকাৰী বিষয়া ক্ৰমে হিমাংশু কুমাৰ শৰ্মা, জ্যেষ্ঠ উপ সাধাৰণ সঞ্চালক , ক’ৰ্পৰেট কমিউনিকেশ্বন দিল্লী মেট্ৰ’ পৰিবহন আৰু মাধুৰ্য সিং
হিন্দু ধৰ্মত যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ভগৱান শ্ৰীগণেশক প্ৰথমে উপাসনা কৰা হয়। বুধবাৰটো ভগৱান শ্ৰীগণেশৰ দিন।এই দিনটোত উপাসনা কৰিলে ভক্তৰ ওপৰত গণপতি বাপ্পাৰ কৃপা দৃষ্টি পৰে।কিন্তু উপাসনাৰ সময়ত কেতবোৰ বিশেষ সামগ্ৰীৰে পূজা কৰিলে ভগৱান শ্ৰীগণেশ সম্পূৰ্ণৰূপে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। আজি এই বিষয়ে জানো আহক- মোদক
৭০০ বছৰ পিছত বিৰল মুহূৰ্তত মুখামুখি হ’ব বৃহস্পতি আৰু শুক্ৰ। জ্যোতিষৰ মতে, প্ৰায় ৭০০ বছঅৰ পিছত এই দুই ডাঙৰ গ্ৰহ মুখামুখি হ’ব। ইয়াৰ ফলত শশ মহাপুৰুষ ৰাজযোগ, কেন্দ্ৰ ত্ৰিকোণ, মালব্য ৰাজযোগ আৰু নৱমঞ্চম, ৰুচক ৰাজযোগৰ গঠন হ’ব। ফলত কেইবাটাও ৰাশিৰ লোকৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰিবলৈ গৈ আছে। এতিয়া চাওক ২০২৪