“কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ চলাই থকা সত্বেও বিজেপি দলৰ নেতা-সদস্যসকলে বিজেপি দল এৰি কি কাৰণত বিপিএফ দললৈ আহি আছে, তাৰ কাৰণ মই বুজি পোৱা নাই” ৷ বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত বিপিএফৰ বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে। উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ
উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ বাবে বাণীকান্ত কাকতি বঁটা লাভ কৰিছিল মুৰ্শ্বিদাই। স্কুটীৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দিবলৈ পুৱাই পিতৃৰ সৈতে নগাঁও চহৰৰ সমীপৱৰ্তী বেবেজীয়াৰ গণপতি হিৰো নামৰ স্কুটীৰ ডিলাৰলৈ ওলাই আহিছিল মুৰ্শ্বিদা। আনন্দ মনেৰে পিতৃ হিবজুৰ ৰহমানৰ সৈতে ঘৰৰ পৰা ওলাই অহা মুৰ্শ্বিদা আৰু ঘৰলৈ ঘূৰি যাব
গুৱাহাটীৰ হেঙেৰাবাৰী অনুষ্কা শইকীয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য। আজি দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে অনুষ্কাৰ প্ৰেমিক ৰাহুলক। ৰাহুলৰ ওপৰত সন্দেহ উপজিছে আৰক্ষীৰ। কাৰণ মৃত্যুৰ পূৰ্বে অনুষ্কাই ছচিয়েল মিডিয়াত দিয়া ষ্টেটাছ পিছত ডিলিট হৈছিল। কোনে ডিলিট কৰিছিল অনুষ্কাৰ ষ্টেটাছ? কাৰ হাতত আছিল অনুষ্কা ম’বাইল?
সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবত বিগত দুদিনত চৰ্চিত হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত এটা প’ডকাষ্ট অনুষ্ঠানত এজন যুৱক আৰু এগৰাকী যুৱতীৰ বাৰ্তালাপ দেখিবলৈ পোৱা গৈছে। কিন্তু ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পিছৰে পৰা সেই বিশেষ প’ডকাষ্ট ভিডিঅ’টোক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে বিতৰ্ক। কিন্তু কিয়? এনে কি আছে ভিডিঅ’টোত? আচলতে
মহামৃত্যুঞ্জয় মন্ত্ৰক দীৰ্ঘায়ু আৰু স্বাস্থ্যৰ মন্ত্ৰ কোৱা হয়।হিন্দু ধৰ্মৰ শাস্ত্ৰত-এই মন্ত্ৰক মহামন্ত্ৰও কোৱা হয়।মান্যতা অনুসাৰে এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ দীৰ্ঘায়ুৰ প্ৰাপ্তি হয় তথা নিৰোগী হয় থাকে। ( Religious Studies ) ধাৰ্মিক মান্যতা আছে যে-মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তি দীৰ্ঘায়ু হয় আৰু যমৰজাই তেনে লোকক কোনো কষ্ট নিদিয়ে।মহামৃত্যুঞ্জয় মন্ত্ৰৰ উৎপত্তিৰ