আপোনাৰ ৰাশিফল পঢ়ক: এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব

আপোনাৰ ৰাশিফল পঢ়ক: এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব

এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব, স্তব্ধ কামবোৰে গতি লাভ কৰিব, আপোনাৰ ৰাশিফল পঢ়ক মেষ ৰাশি: আপুনি নিজৰ কথা তথা বাণীৰে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ত নাম আৰু খ্যাতি বৃদ্ধি পাব। ক্ৰীড়া জগতৰ লগত জড়িত লোকৰ বাবে আজিৰ সময় অতি উত্তম হ’ব।

২২২ ৰান সংগ্ৰহ কৰিও পৰাজিত টীম ইণ্ডিয়া, ইয়াৰ কাৰণ জনালে অধিনায়ক সূৰ্যকুমাৰে

২২২ ৰান সংগ্ৰহ কৰিও পৰাজিত টীম ইণ্ডিয়া, ইয়াৰ কাৰণ জনালে অধিনায়ক সূৰ্যকুমাৰে

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই মেচত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ অপৰাজিত শতকৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াই এক ডাঙৰ প্ৰত্যাৱৰ্তন কৰিছে। শৃংখলাৰ তৃতীয়খন মেচত প্ৰথম খেলা টীম ইণ্ডিয়াই ২২২ ৰানৰ ডাঙৰ স্ক’ৰ লাভ কৰে। এই খেলখনত ঋতুৰাজ গাইকৱাদে শতক অৰ্জন কৰে।

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সাংবাদিক পৰিয়াল মৰিগাঁৱৰ তৰফৰ পৰা বিশেষভাৱে জনালে সম্বৰ্দ্ধনা

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সাংবাদিক পৰিয়াল মৰিগাঁৱৰ তৰফৰ পৰা বিশেষভাৱে জনালে সম্বৰ্দ্ধনা

ভাৰতত কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্ববৃহৎ নেটৱৰ্ক কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক আজি সাংবাদিক পৰিয়াল, মৰিগাঁৱৰ তৰফৰপৰা তেখেতৰ কাৰ্যালয়তে সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা আয়ুক্তগৰাকীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰি যুৱ সাংবাদিকৰ দলটোৱে এখনি গামোচা, এটা জাপি আৰু স্মাৰক প্ৰদান কৰি

‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’ : অখিল গগৈ

‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’ : অখিল গগৈ

‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’। ‘CAAৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিব ৰাইজৰ দল’। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ এক ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া অখিল গগৈৰ।