মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী…

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী…

মহানগৰীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা। উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী। কলেজ গেটৰ ভঙা ট্রেফিক পইণ্টত উদ্ধাৰ যুৱতীগৰাকী। দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক GMCHলৈ প্রেৰণ।

অঞ্জু দৰ্জীৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত মনি খানক আটক

অঞ্জু দৰ্জীৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত মনি খানক আটক

যোৱা ১২ নবেম্বৰত পোহৰলৈ আহিছিল মহানগৰীৰ ছয়মাইলস্থিত পূৰ্বাশা এপাৰ্টমেণ্টত উৱলি যোৱা অৱস্থাত অঞ্জু দৰ্জীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা। এই ঘটনাৰ সৈতে সাঙুৰ খাইছিল উক্ত এপাৰ্টমেন্টত অঞ্জু দৰ্জীৰ সৈতে বাস কৰা মনি খানৰ নাম। অঞ্জু দৰ্জীৰ মৃত্যুৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল মনি খান। অৱশেষত দেওবাৰে দিছপুৰ আৰক্ষীয়ে আটক কৰে মনি

নাজিৰাত ৬০বছৰৰ উদ্ধৰ এজন ব্যক্তি সন্ধানহীন

নাজিৰাত ৬০বছৰৰ উদ্ধৰ এজন ব্যক্তি সন্ধানহীন

নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা নাওশলীয়া গাৱঁৰ বিনয় শইকীয়াৰ ঘৰত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা পূৰণ বৰা নামৰ ৬০ বছৰীয়া ব্যক্তিজন প্ৰায় ২০ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নাজিৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে

ভূমি কেন্দ্ৰীক সংঘাত; কনিষ্ঠ ভাতৃৰ পৰিয়ালৰ আক্ৰমণত আহত জেষ্ঠ্য ভাতৃৰ পৰিয়াল

ভূমি কেন্দ্ৰীক সংঘাত; কনিষ্ঠ ভাতৃৰ পৰিয়ালৰ আক্ৰমণত আহত জেষ্ঠ্য ভাতৃৰ পৰিয়াল

■মুকালমুৱাৰ বৰ্ণিবাৰীত ভূমি কেন্দ্ৰীক সংঘাত।■দুই ভাতৃৰ মাজত সংঘটিত হয় ভূমি কেন্দ্ৰীক সংঘাতো ।■কনিষ্ঠ ভাতৃৰ পৰিয়ালৰ আক্ৰমণত আহত জেষ্ঠ্য ভাতৃৰ পৰিয়াল।■আহত দুজনক মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি।■কনিষ্ঠ ভাতৃ দিলীপ দাসৰ পৰিয়ালৰ আক্ৰমণত আহত হয় জেষ্ঠ্য ভাতৃ খগেন দাস(৫০) আৰু খগেন দাসৰ পত্নী শেৱালী দাস(৪৫)।■আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই।■জানিব পৰা