অৱশেষত ৰিজাৰ্ভ ক্ল’জ হ’ল ভিডিঅ’ কৰা আৰক্ষীৰ

অৱশেষত ৰিজাৰ্ভ ক্ল’জ হ’ল ভিডিঅ’ কৰা আৰক্ষীৰ

শ্রদ্ধাঞ্জলি উৰণ সেতুত সুৰামত্ত যুৱতীৰ ভিডিঅ’ কৰিছিল ৰাজু ক্ৰৈীয়ে যুৱতীগৰাকীয়ে বাৰে বাৰে বাধা দিয়াৰ পিছতো কৰিছিল ভিডিঅ’ থানালৈ নিয়াৰ পৰিৱৰ্তে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ শীঘ্ৰে DCP কার্যালয়লৈ তলব কৰা হৈছে আৰক্ষীজনক এতিয়াও ব্যৱস্থা লোৱা নাই ঘটনাস্থলীত উপস্থিত আন আৰক্ষীৰ বিৰুদ্ধে

NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ

NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ

NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ। কামৰূপ (ম) সত্র ন্যায়াধীশৰ আদালতত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে।কেগৰ ৰিপ’ৰ্টৰ ভিত্তিত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে। NRCৰ বিত্তীয় অনিয়মৰ গোচৰত এই চমন হাজেলালৈ। ১৭ নৱেম্বৰত সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব হাজেলা । Inteigrated Service Systemলৈয়ো চমন আদালতৰ। Wipro লিমিটেডকো চমন কামৰূপ (ম)

বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুনৰ চলিল বুলড’জাৰ

বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুনৰ চলিল বুলড’জাৰ

বটদ্ৰৱাৰ চৰকাৰী ভূমিত বুধবাৰে পুনৰ বুলড’জাৰ চলালে নগাঁও জিলা প্ৰশাসনে। উচ্ছেদিত ভূমিত বেদখলকাৰীয়ে পুখুৰী সমূহত পুনৰ অবৈধ ভাৱে মীন পালন আৰম্ভ কৰিছিল। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি লালুংগাঁৱৰ উচ্ছেদিত ভূমিত বিগত কিছুদিন ধৰি বেদখলকাৰীয়ে পুনৰ দখললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে বটদ্ৰৱাত

দিন-দুপৰতে মহানগৰীত কিশোৰী ধৰ্ষণ কাণ্ড

দিন-দুপৰতে মহানগৰীত কিশোৰী ধৰ্ষণ কাণ্ড

মহানগৰীৰ বামুণীমৈদামৰ চুইপাৰপত্রীত ধৰ্ষণকাণ্ড। দিন দুপৰতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। এগৰাকী ১০-১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ মাতৃৰ। অভিযোগ অনুসৰি, কিশোৰীগৰাকীৰ মাক-দেউতাৰ কৰ্মসূত্ৰে ওলাই গৈছিল ঘৰৰ পৰা। মালিকৰ ঘৰত থৈ গৈছিল কিশোৰীগৰাকীক। ঘৰত কোনো নথকাৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ। ভাৰাঘৰৰ মালিক ৰাকেশ বাস্পেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ

ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা! এজন লোকৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ

ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা! এজন লোকৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ

দৰঙৰ বানেকুছিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ছিপাঝাৰৰ বানেকুছি গাঁৱৰ এজন লোকৰ শৌচাগাৰৰ টেংকিত অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে। জানিব পৰা মতে, গাঁওখনৰ কিশোৰ কলিতা নামৰ লোকৰ ঘৰৰ শৌচালয়ৰ টেংকিত অৰ্ধগলিত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত মৃতদেহটো প্ৰত্যক্ষ