দীপাৱলীত এই ৪টা ৰাশি চিহ্নৰ হঠাৎ আৰ্থিক লাভৰ সুযোগ..

দীপাৱলীত এই ৪টা ৰাশি চিহ্নৰ হঠাৎ আৰ্থিক লাভৰ সুযোগ..

মেষ ৰাশি: আজি আপুনি সামাজিক তথা ৰাজহুৱা ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। পাৰিবাৰিক জীৱনত আপুনি সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব। আজি আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি খং কৰা আৰু কথা কওতে সংযম ৰাখিব। বৃষ ৰাশি: আপোনাৰ দিনটো সুখেৰে পাৰ হ’ব। মানসিকভাৱে সুস্থ থাকিব। আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ’ব, আৰ্থিক লাভৰ সম্ভাৱনা আছে। পিতৃ-মাতৃৰ

দীপাৱলীত লক্ষ্মী পূজাৰ শুভ সময়, পদ্ধতি, প্ৰসাদ, আৰতি আৰু গুৰুত্ব জানো আহক

দীপাৱলীত লক্ষ্মী পূজাৰ শুভ সময়, পদ্ধতি, প্ৰসাদ, আৰতি আৰু গুৰুত্ব জানো আহক

আজি সমগ্ৰ দেশতে দীপাৱলী উৎসৱ উদযাপন কৰা হৈছে। জ্যোতিষীসকলৰ মতে, এইবাৰৰ দীপাৱলী সৌভাগ্য যোগ আৰু স্বাতী নক্ষত্ৰত পৰিছে। এই সুন্দৰ সংযোগত দীপাৱলীৰ লক্ষ্মী পূজা কৰা হ’ব, যি আপোনাৰ বাবে শুভ আৰু উপকাৰী হ’ব। ১২ নৱেম্বৰ, দেওবাৰৰ লক্ষ্মী পূজাৰ শুভ সময় সন্ধিয়া পৰিছে। কাতি অমাৱস্যাৰ দিনা প্ৰদোষ কালত দীপাৱলী পূজা কৰাটো

বাইহাটা চাৰিআলিত ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন জব্দ

বাইহাটা চাৰিআলিত ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন জব্দ

বাইহাটা চাৰিআলিত ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন জব্দ STFৰ অভিযানত নৈশ বাছৰ পৰা জব্দ ১৫০ গ্ৰাম হেৰ’ইন ড্ৰাগছসহ বাতেন আলী নামৰ এটা সৰবৰাহকাৰীক আটক মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল হেৰ’ইনখিনি

চি বি এছ ই ৰাষ্ট্ৰীয় জিমনাষ্টিকত অসমৰ তানিছি বসাকৰ স্বৰ্ণ জয়

চি বি এছ ই ৰাষ্ট্ৰীয় জিমনাষ্টিকত অসমৰ তানিছি বসাকৰ স্বৰ্ণ জয়

চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ৰাষ্ট্ৰীয় জিমনাষ্টিক প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তানিছি বসাকে। তানিছিয়ে ১১ বছৰ অনূৰ্ধ্ব বেলেন্সিং বীম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি এই সাফল্য অৰ্জন কৰে। মহাৰাষ্ট্ৰৰ আহমেদনগৰত যোৱা ২ৰ পৰা ৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা। তেওঁৰ প্ৰশিক্ষক হ’ল প্ৰাক্তন জিমনাষ্টিকছ খেলুৱৈ অমৰ

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

নেমকেয়াৰ হাস্পতালত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। বিগত কেইবাদিনো ধৰি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’বগৰাকী অসুস্থ হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিকৰ আগত কয় যে জুবিনৰ কিছু আৰামৰ প্ৰয়োজন আছে, হয়তো কাইলৈ ঘৰলৈ যাবলৈ দিব জুবিন গাৰ্গক। তদুপৰি উন্নত চিকিৎসাৰ