অস্বাভাৱিক হাৰত কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ স্তব্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

অস্বাভাৱিক হাৰত কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ স্তব্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

বর্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ ফলত বাধাগ্রস্ত অসমৰ আৰু বাংলাদেশৰ মাজৰ আন্তঃৰাষ্ট্রীয় বাণিজ্য। ব্ৰহ্মপুত্ৰৰ জলস্তৰ এনেদৰে হ্রাস পোৱাৰ পাছত ধুবুৰীৰ বন্দৰত বিগত ৯ দিনে আৱদ্ধ হৈ আছে বাংলাদেশৰ ৫খনকৈ মালবাহী জাহাজৰ লগতে ইয়াত থকা ২০জন বাংলাদেশী নাবিকসহ জাহাজৰ কৰ্মীসকল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণে বর্তমান ব্রহ্মপুত্র ড্রেজাৰেৰে

সন্মুখত লোকসভা নিৰ্বাচন; কোকৰাঝাৰত শাসকীয় UPPLলে বজালে নিৰ্বাচনী ৰণডংকা

সন্মুখত লোকসভা নিৰ্বাচন; কোকৰাঝাৰত শাসকীয় UPPLলে বজালে নিৰ্বাচনী ৰণডংকা

সন্মুখত লোকসভা নিৰ্বাচন। ২০২৪ৰ এই নিৰ্বাচনক লৈ সম্প্ৰতি সাজু হৈ পৰিছে শাসক-বিৰোধী সকলো। নিৰ্বাচনমুখী চৰ্চাৰ সময়তে আজি বিটিআৰৰ কোকৰাঝাৰত শাসকীয় ইউ পি পি এলে বজালে নিৰ্বাচনী ৰণডংকা। ৫০০০ বাইকাৰক সন্মুখৰ পৰা নেতৃত্ব দি বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য উইলছন হাছদাকে ধৰি বিটিআৰৰ নেতা-সদস্যই দিলে নিৰ্বাচনী প্ৰস্তুতিৰ প্ৰমাণ। “শান্তি, ন্যায়