মাকুম কলাবাৰীস্থিত মছজিদত লোমহৰ্ষক হত্যাকাণ্ড : আৰক্ষীৰ জালত অভিযুক্ত

মাকুম কলাবাৰীস্থিত মছজিদত লোমহৰ্ষক হত্যাকাণ্ড : আৰক্ষীৰ জালত অভিযুক্ত

তিনিচুকীয়া জিলাৰ মাকুম চহৰৰ কলাবাৰীত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । কলাবাৰী মছজিদৰ ইমাম তহজিবুল ইছলাম (৫২)ক হত্যাকাৰীয়ে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । জানিব পৰামতে দেওবাৰে পুৱা প্ৰায় ৪-০০ বজাত ইমাম তহজিবুল ইছলামে আজান দিয়াৰ পৰৱৰ্তী সময়ত দোৱা

ৰৌতাৰ ভালুকমাৰীত পথ দূৰ্ঘটনা, আহত ৮

ৰৌতাৰ ভালুকমাৰীত পথ দূৰ্ঘটনা, আহত ৮

শণিবাৰে দিনৰ প্ৰায় ১০-৪৫ বজাত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এখন ট্ৰাকৰ পিছফালে এখন মাৰুতি ভেনে প্ৰচণ্ড জোৰে খুন্দা মৰাত দূৰ্ঘটনাটি সংঘটিত হয়। শোকাৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভেনখনত অহা ৮ গৰাকীকৈ যাত্ৰী। ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখে গৈ

ত্ৰিশংকু হৈ ওলমি ৰ’ল মহানগৰীৰ বনকৰা কিশোৰী মীনা মুণ্ডাৰ মৃত্যু তদন্ত!

ত্ৰিশংকু হৈ ওলমি ৰ’ল মহানগৰীৰ বনকৰা কিশোৰী মীনা মুণ্ডাৰ মৃত্যু তদন্ত!

যোৱা ১ ছেপ্টেম্বৰৰ ঘটনা ৷ গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ প্ৰকৃতিজ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ। এপাৰ্টমেণ্টৰ ফ্লেটৰ গৰাকী দীনেশ আগৰৱালাৰ ঘৰত বনকৰা ৰূপে আছিল কিশোৰীগৰাকী ৷ যোৱা ১ ছেপ্টেম্বৰৰ দিনা হঠাৎ এপাৰ্টমেণ্টটোৰ অষ্টম মহলাৰ পৰা জপিয়াইছিল বনকৰা কিশোৰী মীনাই ৷ কিন্তু হঠাৎ তেনে কিয় কৰিলে মীনাই? সেয়া এতিয়াও ৰহস্যৰ

পৰকীয়া প্ৰেম! ৫ সন্তানক অনাথ কৰি প্ৰেমিকৰে মিলি হত্যা স্বামীক..

পৰকীয়া প্ৰেম! ৫ সন্তানক অনাথ কৰি প্ৰেমিকৰে মিলি হত্যা স্বামীক..

কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ’লে এগৰাকী মহিলাই পৰকীয়া প্ৰেমত মচগুল হৈ স্বামীক হত্যা কৰিব পাৰে সেইয়া হয়তো কল্পনাতীত। উত্তৰপ্ৰদেশত সংঘটিত এনে এক ভয়ংকৰ ঘটনাই এতিয়া চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰাজ্যখনৰ গডৱাৰ থানা এলেকাৰ অন্তৰ্গত চিকাৰিয়া খুৰ্ডত ৫ সন্তানৰ এগৰাকী মাতৃৰ এজন যুৱকৰ সৈতে প্ৰেম হয়। পিছত

নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ  অসমীয়া মননশীল চিনেমা “নেলীৰ কথা

নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা

নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা” প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে। এই চলচ্চিত্ৰ মহোৎসৱ অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ ঔৰাৎগবাদত অনুষ্ঠিত হ’ব। পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটিলোৱা নেলীৰ কথা”ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই