জুৰীয়াত উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল…

জুৰীয়াত উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল…

দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল সত্যনাৰায়ণ ডেকা । মাটিৰ নামজাৰিৰ নামত ফাইজুৰ ৰহমানৰ পৰা বিচাৰিছিল উৎকোচ । ৩ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ লাট মণ্ডল সত্যনাৰায়ণ ডেকা ।  ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ত জেৰা অব্যাহত আছে সত্যনাৰায়ণক ।

সূৰ্যদেৱৰ কৃপাত উন্নতি লাভ কৰিব এই তিনিটা ৰাশিয়ে…

সূৰ্যদেৱৰ কৃপাত উন্নতি লাভ কৰিব এই তিনিটা ৰাশিয়ে…

সূৰ্য পৰিবৰ্তন ২০২২ – জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰতিটো গ্ৰহে এক নিৰ্দিষ্ট সময়ত নিজৰ গতি পৰিবৰ্তন কৰে। গ্ৰহৰ ৰাশি পৰিৱৰ্তন কিছুমান ৰাশিৰ বাবে শুভ প্ৰমাণিত হয়, আনহাতে কিছুমান ৰাশিয়ে দুখ-কষ্টৰ সন্মুখীন হ’ব লাগিব পাৰে। সন্মান আৰু সাহসৰ কাৰক সূৰ্যদেৱ ১৪ এপ্ৰিলত তেওঁৰ উচ্চ ৰাশি মেষ ৰাশিত প্ৰৱেশ কৰিছে। সূৰ্যৰ সম্বন্ধ পিতৃ আৰু