আলফা (স্বা:) কেম্পৰ পৰা পলায়ন কৰি অহা আলফা (স্বা:)ৰ কেডাৰ পলাশ মৰাণৰ আত্মসমৰ্পণ । ফিল’বাৰী আৰক্ষী থানাত, তিনিচুকীয়া জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আগত আত্মসমৰ্পণ কৰে কেডাৰগৰাকীয়ে । তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ২ নং নলনী গাঁৱত ঘৰ কেডাৰগৰাকীৰ । ২০১৯ চনত আলফা স্বাধীনত যোগদান কৰিছিল পলাশ মৰাণে । আলফা (স্বা:)ৰ শিবিৰৰ পৰা
নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । এইবাৰ বোৱাৰীক কেৰাচিল ঢালি জুই জ্বলাই দিয়াৰ চেষ্টা । ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ গুৱাহাটী মহানগৰীত বোৱাৰী নিৰ্যাতনৰ ঘটনা । গুৱাহাটী
বিশ্ব ‘জয়’ কৰি ঘৰলৈ উভতি আহিল কিষাণ বাগাৰিয়া৷ ডিব্ৰুগড়ৰ এই যুৱকজনৰ সফলতাই ইতিমধ্যে পৃথিৱীজুৰি চৰ্চা লাভ কৰিছে৷ নিজে সৃষ্টি কৰা এটা এপ্ ৪১৬ কোটি টকাত বিক্ৰী কৰি নিউয়ৰ্কৰ পৰা ঘৰলৈ উভতি আহিল প্ৰতিভাৱান যুৱকজন৷ উল্লেখ্য, ডিব্ৰুগড়ৰ সন্তান কিষাণ বাগাৰিয়াই নিৰ্মাণ কৰা ‘টেক্সট্ছ ডট কম’ নামৰ মেছেজিং এপ ৫০মিলিয়ন মাৰ্কিন ডলাৰত (৪১৬
লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আজি এথিক্স কমিটীৰ পাঁচঘণ্টাজোৰা জেৰাৰ সন্মুখীন হ’ব লগা হয় তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই৷ ইয়াৰ বাবে তেওঁক কমিটীখনে ১১ বজাত সংসদৰ এনেক্স ভৱনত উপস্থিত হ’বলৈ কোৱা হয় যদিও কিছু পলমকৈ হাজিৰ হয় সাসংদগৰাকী৷ ইফালে জেৰাকালত সাংসদগৰাকীক কমিটীখনে কৰা অশালীন আৰু সম্পূৰ্ণ ব্যক্তিগত বিষয়
‘হেলিকপ্টাৰেৰে অসম পৰিভ্ৰমণ কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহৰ দুখ দেখা নাপায়৷ চৌদিশে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যালয়ত সাধাৰণ মানুহৰ চকুলোৰ মূল্য নাই৷’ –শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ লাইবিল মুৰংঘৰত আজি ‘চাঙে চাঙে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসম