আজিকালি অধিকাংশ লোক ৰোগীয়া হোৱাৰ কাৰণ মূলতে অস্বাস্থ্যকৰ জীৱনশৈলী।ভুল খাদ্যভাষ আৰু সক্ৰিয় নোহোৱাৰ ফলত ওজন বৃদ্ধি হয়। ইয়াৰ ফলত শৰীৰৰ আন আন বেমাৰৰ লগতে গাঁঠিত বিষ হয়।গাঁঠিৰ বিষ হোৱাটো আৰ্থ্ৰাইটিছৰ মূল কাৰণ। আৰ্থ্ৰাইটিছে সাধাৰণতে আঁঠু, কঁকাল, মেৰুদণ্ড আৰু হাতক বেছিকৈ প্ৰভাৱিত কৰে। গাঁঠিৰ কাৰ্টিলেজ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত পুনৰ আৰোগ্য কৰিব
সময়ৰ লগে লগে নতুন নতুন তথ্য প্ৰযুক্তিয়ে ভুমুকি মাৰিছে। যাৰ ফলত মানুহৰ জীৱন কিছু সহজ হৈ গৈছে যদিও শৰীৰত বহু নেতিবাচক প্ৰভাৱো পৰিছে। আনকি সৰু ল’ৰা-ছোৱলীৰ পৰা যুৱক-যুৱতীয়ে চশমা ব্যৱহাৰ কৰা দেখা যায়। এয়া খাদ্য বা জীৱন শৈলীৰ বাবে হ’ব পাৰে। কিন্তু কিছুমান ঘৰুৱা উপায় আছে যাৰ ফলত এই সমূহ
খোজ কঢ়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।আপোনালোকে হয়তো এই বিষয়েও জানে যে, দৈনিক ১০,০০০ খোজ কাঢ়ি আপুনি সুস্থ হৈ থাকিব পাৰে। কিন্তু শেহতীয়া এক গৱেষণাৰ মতে, যদি আপুনি দৈনিক ৫০০০ খোজ কাঢ়ে, তেতিয়া আপোনাৰ সোনকালে মৃত্যু হোৱাৰ আশংকা খুব কম হৈ পৰে। এই গৱেষণা ২২৬০০০ গৰাকী ব্যক্তিৰ
ফাষ্টফুড, পেকেটজাতীয় খাদ্যৰ প্ৰতি শিশুসকলৰ আসক্তি বেছি।এইসমূহ খাদ্য খাবলৈ তেওঁলোক আকোৰগোজ হৈ পৰে। যাৰ বাবে অভিভাৱকেও তেওঁলোকক এনে খাদ্য যোগান ধৰিবলৈ বাধ্য হয়। কিন্তু আমি জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, তেওঁলোকক এনে খাদ্য খুৱাই আছো, যি তেওঁলোকৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক। অভিভাৱকসকলে শিশুক খাবলৈ দিয়া টেমা-পেকেটৰ খাদ্যবোৰত অত্যাধিক পৰিমাণৰ নিমখ,
স্বাস্থ্যৱান শৰীৰৰ বাবে ভালকৈ টোপনি যোৱাটো খুবেই প্ৰয়োজন। বিশেষকৈ ৰাতি পৰ্যাপ্ত টোপনি যাব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দিনত টোপনি যোৱাৰ ফলত ব্যক্তি এজনৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।মানসিক চাপ বা কোনো ভীষণ সমস্যা থাকিলেও কোনো এজন ব্যক্তিৰ টোপনি ভাল নহয়।আনহাতে, কিছুমান ব্যক্তি ৰাতি অত্যাধিক ঘমাৰ ফলত শান্তিৰে শুব নোৱাৰে। আপুনিও যদি