নলা, নৰ্দমা চাফা কৰাৰ সময়ত শ্ৰমিকৰ মৃত্যু হ’লে চৰকাৰে দিব লাগিব ৩০ লাখ টকাৰ ক্ষতিপূৰণ…

নলা, নৰ্দমা চাফা কৰাৰ সময়ত শ্ৰমিকৰ মৃত্যু হ’লে চৰকাৰে দিব লাগিব ৩০ লাখ টকাৰ ক্ষতিপূৰণ…

দেশত এজনৰ পাছত আন এজনকৈ নলা, নৰ্দমা পৰিস্কাৰ কৰা, মেনহল পৰিস্কাৰ কৰা শ্ৰমিকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিৰ ওপৰত দেশৰ উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। সেই অনুসৰিয়েই কেন্দ্ৰীয় চৰকাৰক এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে শীৰ্য ন্যায়ালয়ে। ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ দুজনীয়া বেঞ্চে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি কৈছে, নলা, নৰ্দমা

ঈশ্বৰ নহয়, এই মন্দিৰত কৰা হয় বাহনৰ উপাসনা..

ঈশ্বৰ নহয়, এই মন্দিৰত কৰা হয় বাহনৰ উপাসনা..

ভাৰত এখন অতি ধৰ্মীয় দেশ। বিশ্বাস অনুসৰি, ৩ কোটিতকৈও অধিক দেৱ-দেৱীক ভাৰতীয়সকলে পূজা-অৰ্চনা কৰে। সকলো ভাৰতীয়ই ঈশ্বৰ ওপৰত ভৰষা কৰিয়েই দিনটো আৰম্ভ কৰে। কিন্তু ভাৰতত এনে দুটা অদ্ভুত মন্দিৰ আছে, য’ত কৰা হয় বাহনৰ পূজা।হয়, আজি এই মন্দিৰৰ বিষয়ে জানো আহক- বুলেট বাবা, যোধপুৰ এই মন্দিৰৰ নাম শুনিয়েই মন্দিৰটো যে

নিয়মীয়াকৈ নহৰু খালেও পাব অনেক সুফল

নিয়মীয়াকৈ নহৰু খালেও পাব অনেক সুফল

⬛ নহৰুৱে কলেষ্টেৰল নিয়ন্ত্ৰিত কৰে৷ নহৰুৱে কলেষ্টেৰল হ্ৰাস কৰি কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে৷ ⬛ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ নহৰুৰ প্ৰদাহ-প্ৰতিৰোধী গুণ আছে আৰু ই শৰীৰৰ মাজেৰে তেজ সহজে প্ৰবাহিত হোৱাত সহায় কৰে৷ ⬛ হৃদপিণ্ড সুৰক্ষিত ৰাখে৷ নিয়মীয়াকৈ নহৰু খালে হৃদৰোগৰ আশংকা হ্ৰাস পায়৷ কঠিন ৰক্তনলীবোৰ শিথিল কৰি

এইবোৰ সমস্যাত নয়নতৰা ফুলে ঔষধৰ কাম কৰে…

এইবোৰ সমস্যাত নয়নতৰা ফুলে ঔষধৰ কাম কৰে…

নয়নতৰা সকলোৰে পৰিচিত ফুল৷ এইবিধ ফুল পূজা-অৰ্চনাত ব্যৱহাৰ কৰা হয়৷ কিন্তু বহুতেই নয়নতৰা ফুলৰ ঔষধি গুণৰ বিষয়ে অৱগত নহয়৷ নয়নতৰা ফুলৰ পাতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ সেইবাবেই ডায়েবেটিছ ৰোগীক নয়নতৰা ফুলৰ পাত চোবাই খোৱা দেখা যায়৷ নয়নতৰাৰ পাতৰ লগতে ফুলো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ উল্লেখ কৰা

ৰক্তহীনতা! ঔষধ খোৱাৰ আগতে জানি লওক ঘৰুৱা সমাধান

ৰক্তহীনতা! ঔষধ খোৱাৰ আগতে জানি লওক ঘৰুৱা সমাধান

বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধৰি লয়৷ কিন্তু ৰক্তহীনতাৰ সমস্যাই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে৷ ৰক্তহীনতাৰ সমস্যা যেতিয়ালৈকে গুৰুতৰ পৰ্যায়ত উপনীত নহয়, তেতিয়ালৈকে কোনো বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা নিদিয়ে৷ কিন্তু ইয়াৰ অৱহেলাৰ পৰিণতি হ’ব পাৰে হিতে বিপৰীত৷ সেয়ে  প্ৰথমৰ পৰাই ৰক্তহীনতাৰ সমস্যাত ভুগিলে  চিকিৎসকৰ কাষ চাপক৷ এগৰাকী পূৰ্ণবয়স্ক