🔴মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা🔴গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা🔴দুৰ্ঘটনাত অসমৰ মানচিত্ৰৰ স্মাৰকটো ক্ষতিগ্ৰস্ত🔴উদ্যানখনৰ ৰেলিঙৰ লগতে পকী অংশৰো ক্ষতিসাধন🔴চানমাৰিৰ দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন🔴সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক🔴ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক🔴দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ🔴বাহনখনত থকা আন এজন আৰোহীকো আটক আৰক্ষীৰ🔴দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী
মহাষ্টমীৰ পৰাই ঘূৰিব ভাগ্যৰ চকৰি, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উন্নতি কৰিব জাতক-জাতিকাসকলে। বৰ্তমান সমগ্ৰ দেশতে চলি আছে নৱৰাত্ৰি পূজা। শাৰদীয় শুক্লা পঞ্চমী তিথিৰ পৰা আৰম্ভ হৈছে মাতৃ পূজা ৷ পৰম্পৰাগত ধৰ্মীয় লোকসকলে এই উৎসৱটো অতি ধুমধামেৰে উদযাপন কৰিছে ইয়াক দুৰ্গাষ্টমী বা মহাষ্টমী বুলি কোৱা হয় ৷ বিশ্বাস কৰা হয় যে
গৰমৰ দিন আহিলেই মানুহে বিছাৰি ফুৰে ডাবৰ পানী৷ বিশেষকৈ গুৱাহাটী মহানগৰীত গৰমৰ দিনত ডাবৰ অভাৱনীয় হাৰত চাহিদা বৃদ্ধি পায়৷ ডাব নাৰিকলৰ পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ইয়াত বিভিন্ন পুষ্টিগুণ থাকে৷ দেহৰ ক্লান্তিভাৱ মুহূৰ্ততে আঁতৰ কৰে ডাবৰ পানীয়ে৷ তদুপৰি শৰীৰ শীতল কৰি ৰখাৰ ক্ষেত্ৰত ডাবৰ পানী অতুলনীয়৷ ডাবৰ পানীত থকা খনিজ
বিভিন্ন কাৰণত গোৰোহাৰ বিষ হ’ব পাৰে৷ কেতিয়াবা গোৰোহাৰ বিষৰ বাবে খোজ কঢ়াটো সমস্যাৰ সৃষ্টি হয়৷ গোৰোহাৰ বিষ কেইবাটাও কাৰণত হ’ব পাৰে৷ অত্যধিক শকত হোৱা, ডায়েবেটিছ-থাইৰয়েড ৰোগত আক্ৰান্ত হ’লে, শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে, খোজৰ বিসংগতি হ’লে, অত্যধিক খোজ কঢ়া বা দৌৰাৰ বাবেও গোৰোহাৰ বিষ হ’ব পাৰে৷ গোৰোহাৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ
যিকোনো বয়সৰ লোকৰ চুলি সৰাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে৷ চুলি সৰা বন্ধ কৰিবলৈ ইবিধ-সিবিধ তেল ব্যৱহাৰ কৰি থকাৰ পিছতো ইতিমধ্যেই আপুনি টপা হৈ যাব পাৰে৷ কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এনে ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷