৯ মাহৰ পাছত সন্ধান ওলাল KLOৰ অধ্যক্ষ জীৱন সিংহৰ..

৯ মাহৰ পাছত সন্ধান ওলাল KLOৰ অধ্যক্ষ জীৱন সিংহৰ..

৯ মাহৰ পাছত সন্ধান ওলাল KLOৰ অধ্যক্ষ জীৱন সিংহৰ। ভিডিঅ’ কলযোগে KLOৰ কেডাৰ, সংগঠনৰে বাৰ্তালাপ জীৱন সিংহৰ। অসম আৰক্ষীৰ গোপন স্থানত ৰখা হয় বিদ্ৰোহী নেতাজনক।

পদুম ফুল আৰু ট্ৰেক্টৰক মৰম কৰি থাকিলে অব্যাহত ৰ’ব চৰকাৰী আঁচনিৰ সোঁত

পদুম ফুল আৰু ট্ৰেক্টৰক মৰম কৰি থাকিলে অব্যাহত ৰ’ব চৰকাৰী আঁচনিৰ সোঁত

ৰাইজে পদুম ফুল আৰু ট্ৰেক্টৰক মৰম কৰি থাকিলে অব্যাহত ৰ’ব চৰকাৰী আঁচনিৰ সোঁত। BTRৰ দুখনকৈ জিলাত চৰকাৰী, দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। কেইবাটাও অভিলাষী প্ৰকল্পৰ উদঘাটন, শিলান্যাস।  

বান্ধৱীয়ে হ’বলগীয়া স্বামীলৈ প্ৰেৰণ কৰিলে কইনাৰ নগ্ন ফটো, তাৰ পিছত…

বান্ধৱীয়ে হ’বলগীয়া স্বামীলৈ প্ৰেৰণ কৰিলে কইনাৰ নগ্ন ফটো, তাৰ পিছত…

যিকোনো প্ৰকাৰে বান্ধৱীৰ বিয়া ভঙাৰ চেষ্টা! বান্ধৱীৰ বিয়া ভাঙিবলৈ ভাবীস্বামীলৈ বাকদত্তাৰ অশ্লীল ফটো প্ৰেৰণ কৰাৰ এটা ঘটনা। একেলগে দিনে–ৰাতিয়ে থকা বান্ধৱীৰ ওপৰতে মাৰ ঘাত মাৰিলে বান্ধৱীয়ে। একেলগে থাকি বান্ধৱীয়ে গম নোপোৱাকৈ ৰচিলে বিয়া ভঙাৰ কৌশল। ভাবীস্বামী, হ’বলগীয়া পত্নীৰ চৰিত্ৰক লৈ সন্দিহান! কোনে ক’ত কি পৰিস্থিতিত তুলিছিল ভাবীপত্নীৰ অশ্লীল ফটো! বন্ধু

প্ৰেমৰ মায়াত বন্দী হৈ বাংলাদেশৰ পৰা ভাৰত পালেহি দিলৰুবা!

প্ৰেমৰ মায়াত বন্দী হৈ বাংলাদেশৰ পৰা ভাৰত পালেহি দিলৰুবা!

 ‘সতিনী’ক দেখি ৰুদ্ৰমূৰ্তি প্ৰেমিকৰ পত্নীৰ, তাৰ পিছত… সুন্দৰীৰ কঠোৰ সংগ্ৰাম। ক’ভিডে স্বামীক কাঢ়ি নিয়াৰ পিছত ৩ সন্তানক প্ৰতিপাল কৰিবলৈ অশেষ কষ্ট কৰিব লগা হৈছে এইগৰাকী মহিলাই। সংসাৰ থানবান হোৱাৰ পাছত বাধ্য হৈ সুন্দৰীয়ে বাছি ল’লে বিয়াৰ পূৰ্বৰ প্ৰফেচন। ৰূপসজ্জা। আনক ধুনীয়া কৰিবলৈ যাওঁতে বহুসময়ত নিজকে ঘুণীয়া কৰিব লগা হ’ল স্বামীহাৰা

চাকৰি প্ৰদানৰ নামত মহানগৰীত গঢ় লৈ উঠিছে ভুৱা প্ৰতিষ্ঠান; প্ৰৱঞ্চনাৰে সৰকাইছে লক্ষ লক্ষ টকা

চাকৰি প্ৰদানৰ নামত মহানগৰীত গঢ় লৈ উঠিছে ভুৱা প্ৰতিষ্ঠান; প্ৰৱঞ্চনাৰে সৰকাইছে লক্ষ লক্ষ টকা

প্ৰশাসনৰ জ্ঞাতসাৰেই মহানগৰীত শেহতীয়াকৈ ইটোৰ পাছত সিটোকৈ গঢ় লৈ উঠিছ ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৷ এনেবোৰ প্ৰতিষ্ঠানে নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে কেৰোণেৰে সৰকাইছে লক্ষ লক্ষ টকা ৷ শেহতীয়াকৈ মহানগৰীৰ ছয়মাইলস্থ চলিউশ্যন চাৰ্ভিচ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ১০০ শতাংশ গেৰাণ্টিসহ ভাৰতীয় ডাক বিভাগত চাকৰি দিয়াৰ নামত বিজ্ঞাপন প্ৰকাশ কৰি নিবনুৱা যুৱক-যুৱতীৰ