GMC কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ

GMC কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ

জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ শুকুৰবাৰে দীঘলী পুখুৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ হোৱাৰ পিছতে জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা। কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ। জিলা প্ৰশাসনৰ নিয়ম নমনাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিদেৰ্শনা পোৱাৰ পিছতে ক্ষুদ্র

ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমূৰ্তিৰ পাচফাল কিয় দৰ্শন কৰিব নেপায়?

ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমূৰ্তিৰ পাচফাল কিয় দৰ্শন কৰিব নেপায়?

সনাতন ধৰ্ম অনুসৰি পূজা পাঠৰ লগত জড়িত অনেক উপদেশ দিয়া হৈছে। নিত্য কৰ্ম সন্দৰ্ভত শাস্ত্রত দৈনিক কৰ্মৰপৰা লৈ পূজন প্ৰণালী আৰু দেৱ দৰ্শনো নিৰ্দেশ দিয়া হৈছে।  শাস্ত্রত কিছু নিৰ্দেশ দেৱ স্থানলৈ যাবলৈও বনোৱা হৈছে।  কিছু নিৰ্দেশ সামান্য, যেনে,  স্নান কৰিয়েই পূজা স্থানলৈ যোৱ,  চাফ চিকুন হৈয়ে, মন্দিৰলৈ যোৱ, তথা সদায়ে

ছেবাৰ দুই বিষয়া গ্ৰেপ্তাৰ…

ছেবাৰ দুই বিষয়া গ্ৰেপ্তাৰ…

গুৱাহাটী আৰু শোণিতপুৰত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে তিনিজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ প্ৰথমে  তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীৰ বামুণীমৈদামৰ অসম উচ্ছ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ‘ছেবা’ৰ কাৰ্যালয়ত অভিযান চলাই হাতে-লোটে দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত কৰ্মচাৰী দুজন হৈছে –ছেবাৰ পঞ্জীয়ন বিভাগৰ

ছিকিমত সন্ধানহীন নলবাৰীৰ এটা পৰিয়াল…

ছিকিমত সন্ধানহীন নলবাৰীৰ এটা পৰিয়াল…

ভয়ংকৰ দুৰ্যোগৰ পিছৰে পৰাই নাই যোগাযোগ ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ পিছত তিস্তা নদীৰ ওপৰত থকা বান্ধ ভাঙি যোৱাৰ ফলত উত্তৰ ছিকিমত তিস্তা নদীৰ নামনি অংশত বানপানীৰ সৃষ্টি হয়। ছিকিমৰ বহু অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই বানত বহু লোক সন্ধানহীন হয়। কিছু লোকক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও ১৪২গৰাকী সন্ধানহীন

ছিকিমত আবদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী

ছিকিমত আবদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী

ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজীত অধ্যয়ন কৰি আছে শ্ৰুতি। ছিকিমত আবদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী। শুকুৰবাৰৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ হোৱা নাই শ্ৰুতিৰ। শুকুৰবাৰে বিয়লি পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল বুলি জনায় পৰিয়ালে। ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজী (মাজিটাৰ)ত অধ্যয়ন কৰি আছে শ্ৰুতি। ছিকিমৰ ভয়ংকৰ দুৰ্যোগত আবদ্ধ অসমৰ বহু লোক, শিক্ষাৰ্থী।