১৫ অক্টোবৰৰ ভিতৰত স্মার্ট কার্ড কৰক কাগজৰ ড্রাইভিং লাইচেন্স-আৰ চি…

১৫ অক্টোবৰৰ ভিতৰত স্মার্ট কার্ড কৰক কাগজৰ ড্রাইভিং লাইচেন্স-আৰ চি…

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজৰ বাবে মুকলি কৰা ৪খন আঁচনি সমাপ্ত হ’বলৈ মাজত মাত্র ৯টা দিন বাকী৷ অহা ১৫ অক্টোবৰ ডেডলাইন হিচাপে লৈ মহানগৰীৰ বিভিন্ন প্রান্তত ব্যাপক সজাগতামূলক অনুষ্ঠান অব্যাহত ৰাখিছে কামৰূপ জিলাৰ পৰিবহণ বিভাগে৷ যিসকল লোকে এইপর্যন্ত কাগজৰ ড্ৰাইভিং লাইচেন্স আৰু আৰ চি ডিজিটেল কৰা নাই, তেওঁলোকৰ হাতত

ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে..

ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে..

ৰাজ‍্যত পুনৰ সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত ছাত্ৰ আহত হোৱাৰ ঘটনা । শৰীৰৰ গোপন অংগত আঘাত কৰাত মৰণ কাতৰ চিঞৰ এগৰাকী কণমানি ছাত্ৰৰ । ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । মৰণকাতৰ যন্ত্রণাত চিঞৰি আছে সপ্তম শ্রেণীৰ ছাত্ৰ ছাত্ৰজন । পৰিয়ালৰ অভিযোগ অনুসৰি ৰঙিয়া হাই মাদ্ৰাছাৰ ছাত্ৰজনক বিদ‍্যালয়খনৰে শিক্ষক দিলোৱাৰ হুছেইনে

দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা

দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা

দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা। এগৰাকী মহিলাই ভাড়াঘৰত চলাই আছিল অনৈতিক কাৰ্যকলাপ চলোৱাৰ অভিযোগ। দুই যুৱতীসহ ২ যুৱকক আটক কৰে আৰক্ষীয়ে।

হঠাৎ নিৰুদ্দেশ হৈ পৰা মৌচুমী গগৈ প্ৰকৃততে গ’ল ক’লৈ? পত্নীক বিচাৰি এতিয়া হাহাকাৰ স্বামীৰ

হঠাৎ নিৰুদ্দেশ হৈ পৰা মৌচুমী গগৈ প্ৰকৃততে গ’ল ক’লৈ? পত্নীক বিচাৰি এতিয়া হাহাকাৰ স্বামীৰ

হঠাৎ নিৰুদ্দেশ হৈ পৰা মৌচুমী গগৈ প্ৰকৃততে গ’ল ক’লৈ? পত্নীক বিচাৰি এতিয়া হাহাকাৰ স্বামীৰ    

এসাঁজ ভাত খাই হ’ব পাৰে লাখপতি!

এসাঁজ ভাত খাই হ’ব পাৰে লাখপতি!

  ভাত আপুনি সদায় খায়৷ কোনাবা দিনা আমিষ কোনোবা দিনা নিৰামিষ ৷ আপুনি যদি সাত মিনিটৰ ভিতৰত দুই কিলোগ্ৰামতকৈ অধিক ভাত খাব পাৰে তেন্তে আপোনাৰ বাবে এই ভাল খবৰ । হয়, আমি আপোনাক জনাবলৈ লৈছো এক ব্যতিক্ৰমী এক প্ৰতিযোগিতাৰ বিষয়ে। শিৱসাগৰৰ মগৰাহাটত এইবাৰ আপোনাক এসাঁজ ভাত খোৱাবলৈ চলিছে আৰম্বপূৰ্ণ আয়োজন।