নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত সম্পাদন স্নাতকোত্তৰ ফ’ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি নিউজ ব্যুৰ’,নগাঁও,৩০ছেপ্টেম্বৰ:–নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত শনিবাৰে সম্পাদন হ’ল স্নাতকোত্তৰ ফ’ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি । চুক্তিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ
এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ শিক্ষানুষ্ঠান ৷ ইতিমধ্যে অপৰাধী চক্ৰৰ জালত পৰিছে বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থী। ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় শিক্ষানুষ্ঠান খনত ৷ প্ৰাপ্ত খবৰ অনুসৰি চাইবাৰ অপৰাধী চক্ৰ এটাই হোৱাটচআপ গ্ৰুপৰ পৰা কে’বাগৰাকীমান ছাত্ৰীৰ ফটো সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত ‘AI’ ব্যৱহাৰ কৰি ‘Deep Fake’
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম ২০৯ টকাকৈ বৃদ্ধি পালে ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য
পাকিস্তানক হৰুৱাই ভাৰতে জিনিলে স্বৰ্ণপদক এছিয়ান গেমছৰ স্কোৱাছৰ পুৰুষৰ দলীয় শাখাত জিনিলে স্বৰ্ণ। দলটোত আছিল সৌৰভ ঘোষাল, অভয় সিং, মহেশ মনগাঁওকাৰ আৰু হৰিন্দৰ সান্ধু।
যোৰহাটৰ পৰা গৈ দক্ষিণ আফ্ৰিকাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান অভিজিৎ বৰুৱাই শুকুৰবাৰে ৰাতি দক্ষিণ আফ্ৰিকাৰ টাঞ্জানিয়াৰ দাৰদা ইছলামত অনুষ্ঠিত চতুৰ্থ আন্তজাৰ্তিক পেছাদাৰী বক্সিং প্ৰতিযোগিতাত ১১ বাৰকৈ চেম্পিয়ন তথা দুবাৰকৈ ইউনিভাৰ্ছেল বক্সিং অৰ্গেনাইশ্যন চমুকৈ ইউ বি অ’ৰ টাইটেল প্ৰাপ্ত বিশ্ব বিখ্যাত ছালেহা মুকালেকৱাৰক প্ৰথম ৰাউণ্ডৰ কেইটামান ছেকেণ্ডতেই নক্