বংগত বহি অসম বিভাজনৰ হুংকাৰ বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ

বংগত বহি অসম বিভাজনৰ হুংকাৰ বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ

বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক লৈ সবল হৈছে পৃথক ৰাজ্য গঠনৰ দাবী। তিনিওখন জিলাক লৈ ‘পূৰ্বাঞ্চল’ (Purvanchal) নামেৰে নতুন ৰাজ্য গঠনৰ দাবী বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ। সময়ে সময়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিতৰ্কিত আৰু অপমানজনক মন্তব্য কৰি অহা প্ৰদীপ দত্ত ৰয়ে (BDF leader Pradip

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ। ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA। আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত। ১ অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বুধবাৰে মণিপুৰ চৰকাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছমাহৰ বাবে আফছপা বলবৎ থাকিব। শেহতীয়া চৰকাৰী অধিসূচনা অনুসৰি আফছপাৰ

শংকৰদেৱৰ আৰ্বিভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাত পুৰণিগুদামৰ অবিনশ্বৰ নাট্য গোষ্ঠীৰ “পত্নী প্ৰসাদ” পৰিৱেশন

শংকৰদেৱৰ আৰ্বিভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাত পুৰণিগুদামৰ অবিনশ্বৰ নাট্য গোষ্ঠীৰ “পত্নী প্ৰসাদ” পৰিৱেশন

নিউজ ব্যুৰ’,নগাঁও,২৭ছেপ্টেম্বৰ :– মহাপুৰুষ শংকৰদেৱে জনসাধাৰণক সহজতে কৃষ্ণ লীলা মাহাত্ম্য উপলব্ধি আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে অংকীয়া নাট ৰচনা কৰিছিল। শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট “পত্নী প্ৰসাদ”ৰ বিষয়বস্তু আৰু অন্যান্য বৈশিষ্ট্যৰ বাবে আজিও প্ৰাসংগিক । মূলতঃ কৃষ্ণ,বলভদ্ৰ,মিশ্ৰ,চন্দ্ৰ ভাৰতী,ব্ৰাহ্মণ-ব্ৰাহ্মণনীসকল আৰু গোপগণ এই চৰিত্ৰসমূহৰ মাজেৰেই “পত্নীপ্ৰসাদ” নাটখনিৰ কাহিনীভাগ আগুৱাই নিয়া হৈছে

পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ

পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ

হাজৌং এছিয়ান গেমছৰ পঞ্চম দিনৰ পুৱাই ভাৰতবাসীৰ বাবে আহিল সুখবৰ। দিনটোৰ আৰম্ভণীতে ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে দুটাকৈ পদক। ভাৰতীয় শ্বুটাৰ সৰৱজোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল টিম ইভেণ্টত শীৰ্ষস্থান দখল কৰি ভাৰতৰ বাবে এছিয়ান গেমছ ২০২২ৰ ষষ্ঠটো স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ

ইয়াৰ দ্বাৰা লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়

ইয়াৰ দ্বাৰা লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়

মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়।( Assamese Fact ) *নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। *শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল