চাপৰ, শালকোচা: একে লগে মৃতদেহ উদ্ধাৰ মাতৃ আৰু দুই বছৰীয়া কন্যা সন্তানৰ

চাপৰ, শালকোচা: একে লগে মৃতদেহ উদ্ধাৰ মাতৃ আৰু দুই বছৰীয়া কন্যা সন্তানৰ

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মাতৃ লালভানুৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ দুই বছৰীয়া কন্যা সন্তানৰ মৃত লালভানুৰ স্বামী নুৰজামাল মণ্ডলেই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উল্লেখ্য যে পূৰ্বৰে পৰা স্বামী নুৰজামাল মণ্ডলে পত্নী আৰু কন্যা সন্তানক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে । নুৰজামাল মণ্ডলৰ আন এগৰাকী পত্নী

বিহালী অভয়াৰণ্যৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ডিকালত নিশা মাৰনাস্ত্ৰসহ এজন চোৰাংকাৰী আটক…..

বিহালী অভয়াৰণ্যৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ডিকালত নিশা মাৰনাস্ত্ৰসহ এজন চোৰাংকাৰী আটক…..

বিহালী অভয়াৰণ্যত বন্দুকসহ এজন অৰুণাচলী চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয় ডিকাল কেম্পৰ এটা তলহদাৰী দলে । বিহালী অভয়াৰণ্যত কালি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ দিকাল বীটৰ ওচৰত বন বিভাগৰ লোকে টু নট টু বন্দুক আৰু ২ জাই গুলীসহ নাবাম নাগে নামৰ এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

‘পাক সেনাৰ সকলো আক্ৰমণ প্ৰতিহত কৰা হৈছে, বাৰম্বাৰ পাক সেনাই উলংঘা কৰিছে যুদ্ধবিৰতি’

‘পাক সেনাৰ সকলো আক্ৰমণ প্ৰতিহত কৰা হৈছে, বাৰম্বাৰ পাক সেনাই উলংঘা কৰিছে যুদ্ধবিৰতি’

‘অপাৰেচন সিন্দূৰ’ বিস্তৃত তথ্য। শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত বিদেশ-প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সম্বোধন কৰে সংবাদমেল। সংবাদমেল সম্বোধন বিদেশ সচিব বিক্ৰম মিশ্ৰিৰ। সংবাদমেলত উপস্থিত কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যৌমিকা সিং। অপাৰেচন সিন্দূৰক লৈ বিদেশ মন্ত্ৰালয়ৰ এয়া তৃতীয়খন সংবাদমেল। কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয়, ‘পাক সেনাই বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে। পাক বায়ু

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভাৰতীয় সেনাই দিলে প্ৰত্য়ুত্তৰ!

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভাৰতীয় সেনাই দিলে প্ৰত্য়ুত্তৰ!

ভাৰতীয় সেনাই মঙলবাৰে মাজনিশা ‘অপাৰেচন সিন্দুৰ’ অভিযান চলায়। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে ভাৰতীয় সেনাই। ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা ৯টা স্থানত ভাৰতীয় সেনাই চলালে আক্ৰমণ। চৰকাৰে স্পষ্ট কৰিছে যে এয়া এক ফ’কাছড, মেজৰ আৰু নন-এক্সেলেটৰী অপাৰেচন। পাকিস্তানৰ কোনো সামৰিক প্ৰতিষ্ঠানত লক্ষ্য কৰা