দেশ-বিদেশৰ ভক্তসকলে এইবছৰ ১৮ ছেপ্টেম্বৰৰ পৰা গণেশ চতুৰ্থী উদযাপন কৰিব।গণেশ চতুৰ্থীত এইবেলি বহুতো বিৰল ঘটনা ঘটিছে, যাৰ বাবে এই উৎসৱটো আৰু বেছি বিশেষ হ’ব। জ্যোতিষীসকলৰ মতে, ৩০০ বছৰৰ পিছত এইবোৰ গণেশ চতুৰ্থীত একেলগে তিনিটা শুভ যোগ পৰিছে।এই দিনটোতে ব্ৰহ্মা, যোগ, শুক্লা যোগ আৰু শুভ যোগ থাকিব।এইবাৰ গণেশ চতুৰ্থী তিনিটা ৰাশিৰ
গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটক কৰা লোক দুজন হৈছে ৰহস্যজনক মৃত্যুক সাৱটি লোৱা চেলিমা বেগমৰ স্বামী ছাইদুৰ ৰহমান আৰু শহুৰেক ছিদ্দিক আলীক। আনহাতে ঘটনা সন্দৰ্ভত চেলিমাৰ শাহুগৰাকীকো সোধা-পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে, চেলিমা বেগমৰ মৃত্যুৰ পাছতে এয়া হত্যাকাণ্ড বুলি
সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ । তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আকাংক্ষা হাজৰিকাই । কিয়নো, ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা । ইতিমধ্যে ইন্দো-বাংলাদেশ আন্তৰ্জাতিক হেণ্ডবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিলে আকাংক্ষাই । আকাংক্ষা হাজৰিকাৰ ঘৰ তিনিচুকীয়াৰ বাঘজান চাহ বাগিচাত । আকাংক্ষাই ভাৰতীয় ছোৱালী হেণ্ডবল দললৈ
Producer Ektaa R Kapoor penned a heartwarming note after her much-anticipated film ‘Thank You For Coming’ starring Bhumi Pednekar took centre stage at the prestigious Toronto International Film Festival (TIFF). Taking to Instagram, Ektaa shared a series of pictures and videos from the TIFF gala night along with a note.
ভুৱা কল চেন্টাৰৰ জৰিয়তে প্ৰৱঞ্চনা কৰি অহা প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ পৰা অব্যাহত ৰখা অভিযান বৰ্তমানেও চলি আছে মহানগৰীৰ ভিন্নস্থানত ৷ শুক্ৰবাৰে নিশা মহানগৰীৰ এ বি চিস্থ জুপিতাৰ পেলেচৰ এটা কল চেণ্টাৰত আৰক্ষী আৰু অপৰাধ শাখাই অৰ্তকিতে অভিযান চলাই পাঁচজন লোকক আৰক্ষীয়ে আটক কৰিছে৷ উল্লেখ্য যে,কল অৰিন্দম সিনহা