‘লাচিত’লৈ BEST ANIMATION বঁটা 🔷 চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বঁটা লাভ কৰে লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মিত চুটি ছবি ‘লাচিত, দ্যা ৱাৰিয়ৰ’এ। 🔷 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল পাৰ্থসাৰথি মহন্ত পৰিচালিত এই চুটি ছবিখন।
যুক্তৰাষ্ট্ৰখনৰ আগশাৰীৰ প্ৰকাশন “মানৱ সম্পদ কাৰ্যবাহী”(Human Resources Executive)য়ে প্ৰকাশ কৰা এই বৰ্ষৰ শীৰ্ষ ১০০জন গোলকীয় প্ৰযুক্তি বিষয়াৰ নাম তালিকাত সন্নিবিষ্ট হৈছে গুৱাহাটীৰ ভাস্কৰ ডেকাৰ নাম। গুগল, অৰেকল, ডিজনী, ফেচবুক, এছএপি আদিৰ দৰে গোলকীয় কোম্পানীৰ শীৰ্ষ প্ৰযুক্তি বিষয়াসকলৰ নামেৰে ভৰি থকা বাৰ্ষিক তালিকাখনত চিলিকন ভেলীস্থিত এক প্ৰতিষ্ঠানৰ প্ৰযুক্তি কাৰ্যবাহী ভাস্কৰ ডেকাৰ
▶️ ৰাজ্যপালৰ নিৰ্দেশনা পত্ৰ জাৰি ▶️ উপ-জিলা ঘোষণা বজালীকো ▶️ বজালীক পুনৰ জিলাৰ মৰ্যাদা দিয়াৰ ঘোষণা হৈছিল ▶️ বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা ▶️ৰাজ্যপালৰ নিৰ্দেশনা পত্ৰত বজালী বৰপেটাৰ উপ-জিলা
‘কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা, পাঠিকা এগৰাকীৰ গাত থাকিব লগা গুণসমূহ নাই’ : কৈলাশ তালুকদাৰ কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা। হাজোত এই মন্তব্য কৰিলে নাগাৰা নামৰ বিখ্যাত পাঠক কৈলাশ তালুকদাৰে। কৈলাশ তালুকদাৰে কয়, ‘‘কৰিশ্মা নাথ সৰু ছোৱালী, কৰিশ্মা কম দিনৰ ভিতৰতেই জনপ্ৰিয় হৈছে। নাগাৰা নামৰ বিষয়ে কৰিশ্মা নাথে
🔷 নিহতৰ সংখ্যা প্ৰায় ৫,৩০০লৈ বৃদ্ধি 🔷 এতিয়াও সন্ধানহীন দহ হাজাৰৰো অধিক লোক 🔷 লিবিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা দেশখনৰ প্ৰধানমন্ত্ৰীৰ 🔷 ৩ দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা 🔷 এনেদৰে মুষলধাৰ বৰষুন অব্যাহত থাকে তেনেহ’লে পুনৰবাৰ পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ওছামা হামাদে 🔷যাৱতীয় পৰিস্থিতিৰ সৈতে মোকামিলা