এইসমূহ খাদ্যত মাংসতকৈও বেছিকৈ থাকে আয়ৰন, জানো আহক

এইসমূহ খাদ্যত মাংসতকৈও বেছিকৈ থাকে আয়ৰন, জানো আহক

পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূর্ণ। সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব। আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে। সেয়ে আয়নৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে— পালেং শাক : প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে। এশ গ্রাম

বাল্য বিবাহঃ অহা ১০ দিনৰ ভিতৰত ৩,০০০ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বাল্য বিবাহঃ অহা ১০ দিনৰ ভিতৰত ৩,০০০ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাল্য বিবাহ কৰা লোকসকলক সকীয়াইছে। মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে কয় যে আগন্তুক ১০ দিনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোকক গ্ৰেপ্তাৰ কৰা হ’ব। বিজেপি মহিলা মৰ্চাৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত

মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমানত মহিলাৰ শ্লীলতা হানি, বিমানবন্দৰতে গ্ৰেপ্তাৰ হ’ল অভিযুক্ত

মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমানত মহিলাৰ শ্লীলতা হানি, বিমানবন্দৰতে গ্ৰেপ্তাৰ হ’ল অভিযুক্ত

বিমানকৰ্মী বা পাইলটৰ সৈতে দুৰ্ব্যৱহাৰৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। বিমানত বহু অপ্ৰীতিকৰ ঘটনাৰ কথাও মাজে সময়ে পোহৰলৈ আহে। কিন্তু শেহতীয়াকৈ মুম্বাই–গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত এজন যাত্ৰীয়ে কাষত বহা এগৰাকী মহিলা যাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে তেওঁৰ শ্লীলতা হানিৰ অভিযোগ দাখিল কৰাৰ পিছতে গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে জাৰি কৰিছে চমন

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে জাৰি কৰিছে চমন

অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ ছৈখোৱাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণী মহিলাই একগোট হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঋণ ৰেহাই দিবৰ বাবে আহ্বান জনায় ৷ ঋণী মহিলাসকলে সংবাদ মাধ্যমৰ আগত কয়, “আমাক ঋণ ৰেহাই দিয়ক । আপুনি আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, আমি কিন্তু আজিও ঋণ ৰেহাই নাপালো ৷” আনহাতে, গোটৰ সদস্যসকলক

পত্নীৰ সৈতে মন্দিৰত পূজা আগবঢ়ালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে

পত্নীৰ সৈতে মন্দিৰত পূজা আগবঢ়ালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে

তেওঁ প্ৰায়ে কয় যে তেওঁ এজন গৌৰৱী হিন্দু। জি–২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিও ভাৰতীয় বংশোদ্ভূত এইগৰাকী ৰাজনীতিকে জনাইছিল, এবাৰ মন্দিৰলৈ যোৱাৰ ইচ্ছা। সেইমতেই জি–২০ সন্মিলনৰ মাজতে পত্নী অক্ষতা মূৰ্তিক লৈ দিল্লীৰ অক্ষৰ ধাম মন্দিৰত পূজা দিবলৈ গ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। দেওবাৰে পুৱা ৫.৪৫ বজাত পত্নীক লৈ দিল্লীৰ অক্ষৰধাম মন্দিৰত