এইবাৰ ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা…

এইবাৰ ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা…

বিশ্বকৰ্মা হৈছে স্থাপত্যৰ দেৱতা । বিশ্বব্ৰহ্মাণ্ডৰ স্থপতিবিদ বিশ্বকৰ্মাৰ জন্মদিনৰ প্ৰতি সমৰ্পিত হিন্দুসকলৰ এয়া এক উৎসৱ ।

পূৰ্বৰ প্ৰায়বোৰ বছৰবোৰত ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ আহিছিল বিশ্বকৰ্মা পূজা। ভাদ মাহৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰাৰ নিয়ম চলি আহিছে। পিছে এইবাৰ ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হব বিশ্বকৰ্মা পূজা। ভগৱান বিশ্বকৰ্মাৰ উপাসনা যদিও গোটেই দিনটো কৰা হ’ব, তেওঁৰ উপাসনাৰ শুভ সময় হৈছে ১৭ ছেপ্টেম্বৰৰ পুৱা ১০.১৫ বজাৰ পৰা ১.৪৩ বজালৈ। এই মুহুৰ্তত উপাসনা কৰিলে শুভ ফলাফল পোৱা যাব।

Shahnawaz Hamza