কটনত অনুষ্ঠিত হয় ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

কটনত অনুষ্ঠিত হয় ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

গুৱাহাটী, ৮ ছেপ্টেম্বৰ: আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম, মেঘালয়, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ২৬ খন অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ পৰা ৫২ গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত খৰ্গসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত খৰ্গসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

🔴মানাহ ৰাষ্ট্ৰীয় উদ্যানত খৰ্গসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ🔴বন বিভাগৰ বিশেষ অভিযানত গ্ৰেপ্তাৰ ৫ চোৰাং চিকাৰী🔴উদ্ধাৰ কেইবাটাও জন্তুৰ শৰীৰৰ বিভিন্ন অংগ🔴গঁড়ৰ খৰ্গৰ লগতে উদ্ধাৰ জন্তুৰ দাঁত, হাড়, ছাল

গুৱাহাটী বিশ্ববিদ্যালয়ত “গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা” ৰ্শীষক অনুষ্ঠান সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ত “গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা” ৰ্শীষক অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ:–গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৭সংখ্যক জন্মজয়ন্তী উপলক্ষে “গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা” ৰ্শীষক এখনি মত-বিনিময় অনুষ্ঠান শুক্ৰবাৰে আয়োজন কৰা হয়। অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে “দ্যা আছাম ট্ৰিবিউন” কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা । ভাষণ প্ৰসংগত প্ৰশান্ত জ্যোতি বৰুৱাই ভূপেন হাজৰিকাৰ

পঞ্চতাৰকা হোটেলতকৈ কোনোগুণে কম নহয় নতুনকৈ নিৰ্মাণ হৈ থকা বিধায়ক আৱাস

পঞ্চতাৰকা হোটেলতকৈ কোনোগুণে কম নহয় নতুনকৈ নিৰ্মাণ হৈ থকা বিধায়ক আৱাস

১০ গৰাকী শাসক-বিৰোধী বিধায়কক ১০টা নতুন ফ্লেট দিবলৈ সাজু অসম বিধানসভা সচিবালয়। পঞ্চতাৰকাযুক্ত হোটেলৰ দৰে সা-সুবিধা থাকিব নতুন আৱাসৰ ‘H’ মহলাৰ জনপ্ৰতিনিধিসকলৰ ৫টাকৈ AC, 20 খনকৈ ফেন, 3টা গিজাৰ, 2টাকৈ বিলাসী TV, অত্যাধুনিক বাথৰুম      

বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ড

বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ড

🔴বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ড 🔴ৰাধা-কৃষ্ণৰ ২টা সোণৰ মূৰ্তি, ৪ ডাল সোণৰ অংলকাৰ, সোণ-ৰূপৰ ফুল, নগদ ১০,৪০০ টকা, সত্ৰৰ ৪খন মূল্যবান সাঁচিপতীয়া পুথিও চুৰি কৰি নিয়ে চোৰে 🔴গৰুড় পক্ষীৰ মূৰ্তি, গুৰু আসন, পবিত্ৰ সেৱাৰ সামগ্ৰী ভাঙি লণ্ড-ভণ্ড