ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাত এই নিৰ্দেশনা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ। ইপিনে ফেৰী সেৱা বন্ধ হোৱাত মাজুলী-নিমাতীঘাটৰ যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ইয়াৰ পূৰ্বেও ঘাট দুটাৰ মাজত ফেৰী সেৱা বন্ধ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন
Naked Sleeping বা কাপোৰ অবিহনে শুলে আপোনাক বিভিন্ন ধৰণৰ স্বাস্থ্যৰ লাভালাভ দিব পাৰে। ইয়াৰ আঁৰত কোনো বৈজ্ঞানিক তথ্য নাই, কিন্তু বিভিন্ন অধ্যয়নে কয় যে Naked Sleeping বিভিন্ন ধৰণে সহায়ক হ’ব পাৰে। ই পুৰুষ আৰু মহিলা দুয়োৰে বাবে লাভজনক। কাপোৰ পৰিধান নকৰাকৈ শুলে সোনকালে আপোনাৰ শৰীৰৰ তাপমাত্ৰা হ্ৰাস হয়, যাৰ দ্বাৰা
ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য। ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে। ঢেকীয়াত থাকে প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ আদি। আহক জানো
আজিৰ ব্যস্ত জীৱনত মুখৰ উজ্জ্বলতা কৰবাত হেৰাই যায় আৰু ছাল নিস্তেজ হৈ পৰে। এনে পৰিস্থিতিত আমি ভাৱো যে কেনেকৈ আমাৰ মুখত উজ্জ্বলতা আহিব লাগে আৰু নিজৰ মুখখন পুনৰ কেনেকৈ নিষ্প্ৰাণ কৰি তুলিব পাৰি। যদি আপোনাৰ একেই সমস্যা আছে তেন্তে চিন্তা নকৰিব। ইয়াত আমি আপোনাক কম আপুনি কেনেকৈ আপোনাৰ মুখৰ হেৰুৱা
অতিপাত গৰমত এজন লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত? পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে সমস্যা হ’ব পাৰে৷ গৰমৰ দিনত কিমান পৰিমাণৰ পানী খাব লাগে জানো আহকচোন৷ পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ নাই৷ তেজ প্ৰস্তুত কৰাকে ধৰি শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ কাম কৰে