পাঠশালা: নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত সােমাল এল্ট’ বাহন।
🔴 নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত সােমাল এল্ট’ বাহন।
🔴 দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ ৫গৰাকী যাত্ৰী।
🔴 পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
🔴 বঙাইগাঁৱৰ পৰা ঢেকীয়াজুলিলৈ গৈ আছিল AS 01B U9762 নম্বৰ এল্ট’ বাহনখন।