পেট্ৰ’ল পাম্পৰ মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে ২ লাখ টকা !
- মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে ২ লাখ টকা
- কোকৰাঝাৰৰ ভৱানীপুৰ NRL পেট্ৰ’ল পাম্পত ডকাইতি
- পেট্ৰ’ল পাম্পত বাইকেৰে অহা ৫ ডকাইতৰ লুটপাত
- CCTV ফুটেজ নিৰীক্ষণ কৰি আৰক্ষীৰ তদন্ত
গুৱাহাটী টাইমচ