সুশান্তৰ আত্মহত্যা সন্দৰ্ভত শীঘ্ৰে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰিব মুম্বাই আৰক্ষীয়ে

0 min read

গুৱাহাটী: দেওবাৰে প্রতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হ’ল বান্দ্রাৰ নিজৰ বাসগৃহত ৷

মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্রিমুখেই জনোৱা মতে, সুশান্তই আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত নিশ্চিত কৰা হৈছে৷

শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীক সোধপোছ কৰিব ।

অধিক পঢক নিয়মীয়া বাৰ্তাত

You May Also Like

More From Author