আপোনাৰ দাঁতৰ হালধীয়া দাগবোৰ আঁতৰ কৰি কেনেকৈ ঘৰতে ইয়াক বগা কৰিব ? এই ফলবোৰ নিয়মীয়াকৈ খাব …

আপোনাৰ দাঁতৰ হালধীয়া দাগবোৰ আঁতৰ কৰি কেনেকৈ ঘৰতে ইয়াক বগা কৰিব ? এই ফলবোৰ নিয়মীয়াকৈ খাব …

হালধীয়া দাগ বা হালধীয়া দাঁত (yellow teeth) আমাৰ বহুতৰ বাবে এক ডাঙৰ সমস্যা। দাঁত হালধীয়া হ’লে আটাইতকৈ কঠিন কথাটো হ’ল লিপষ্টিক বাছনি কৰা। গাঢ় লিপষ্টিক পিন্ধা আৰু হালধীয়া দাঁতেৰে হাঁহি থকাটো অতি অদ্ভুত। (problem of yellow teeth)৷

GTM Desk

Related