25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

পাণ-তামোল দোকান দিয়া মাতৃৰ পুত্ৰ এতিয়া বনবিভাগৰ বিষয়া…

Assamese Newsপাণ-তামোল দোকান দিয়া মাতৃৰ পুত্ৰ এতিয়া বনবিভাগৰ বিষয়া...

পাণ-তামোল দোকান দিয়া মাতৃৰ পুত্ৰ এতিয়া বনবিভাগৰ বিষয়া । গর্বিত পুত্ৰই মাতৃৰ পাণ তামোলৰ দোকানত ফটো তুলি লিখিলে এইদৰে-‘মাৰ বহি থকা ঠাইডোখৰ পৰা জীৱনটো আৰম্ভ হৈছিল । মায়ে মোক মানুহ কৰি দিয়াৰ পাছতেও এই তামোলৰ পেকেট, তেতেলী পেকেট ইত্যাদি এৰি দিব পৰা নাই। ঠাই ডোখৰত আবেগ- অনুভূতি, স্মৃতি, সুখ-দুখ জড়িত। মা মোক লৈ সুখী, মইও সুখী। মোৰো আপত্তি নাই। লোকৰ আগত কথা গাই ফুৰা লোক সকলক কৈ দিলো।’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!