28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ৰহাত হেৰ’ইনসহ আটক দুজন…

Assamese Newsৰহাত হেৰ'ইনসহ আটক দুজন...

নিষিদ্ধ দ্ৰব্যক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ জব্দ কৰা হৈছে হিৰইনসহ দুগৰাকীক৷

চাপৰমুখত চাপৰমুখ আৰক্ষীৰ নিয়মীয়া তালাচিত ৮ টা কন্টেনাৰত ৫.৩৯ গ্ৰাম হেৰ’ইনসহ আৰক্ষীয়ে আটক কৰে কচুৱাৰ এহাল দম্পতিক।

কৰ্মক্ষেত্ৰ ডিমাপুৰৰ পৰা ৰেলেৰে আহি চাপৰমুখ জংচনৰ পৰা নিজ ঘৰলৈ ৰাওনা হওতেই নিয়মীয়া তালাচিত আটক কৰে দুয়োজনক ৷ আটকাধীন দম্পতী হালৰ নাম কোৰ্বান আলি আৰু আচিয়া বেগম।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!