কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী

কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী

কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ জেষ্ঠ নেতা, সাংসদ ৰাহুল গান্ধী ৷ কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই জনোৱা অনুসৰি কাইলৈ ১০.৩০ বজাৰ পৰা শিৱসাগৰৰ ব’র্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব এখন ৰাজহুৱা সভা আৰু ১১ বজাত জনতাক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে ৷

উল্লেখ্য যে ইয়াৰ আগতে তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাহুল গান্ধী অসমলৈ আহিছিল ৷

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.