22.9 C
Assam
Friday, October 7, 2022

Featured News

24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

Assamese News24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

ৰঙিয়াৰ পৰা ৰিজাউল হাচান:

স্বাধীনতাৰ 75 বছৰৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা অমৃত মহোৎসৱ কার্যসূচী অনুষ্ঠিত কৰা হৈছে ।
ইয়াৰে লগত সংগতি ৰাখি আজি ৰঙিয়া চহৰৰ মাজ মজিয়াত থকা পৰিদৰ্শন বঙলাত এক বেণ্ড শ্ব অনুষ্ঠিত কৰা হয় ।
24নং সীমা সুৰক্ষা বাহিনীৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই শ্ব’তো ।
এই অনুষ্ঠানৰ দ্বাৰা সাধাৰণ লোক সকলক সীমা সুৰক্ষা বাহিনীৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্য এই অনুষ্ঠান আয়োজন কৰা হয় বুলি জানিব দিয়ে বিষয়া পংকজ শৰ্মাই ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: