24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

1 min read

ৰঙিয়াৰ পৰা ৰিজাউল হাচান:

স্বাধীনতাৰ 75 বছৰৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা অমৃত মহোৎসৱ কার্যসূচী অনুষ্ঠিত কৰা হৈছে ।
ইয়াৰে লগত সংগতি ৰাখি আজি ৰঙিয়া চহৰৰ মাজ মজিয়াত থকা পৰিদৰ্শন বঙলাত এক বেণ্ড শ্ব অনুষ্ঠিত কৰা হয় ।
24নং সীমা সুৰক্ষা বাহিনীৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই শ্ব’তো ।
এই অনুষ্ঠানৰ দ্বাৰা সাধাৰণ লোক সকলক সীমা সুৰক্ষা বাহিনীৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্য এই অনুষ্ঠান আয়োজন কৰা হয় বুলি জানিব দিয়ে বিষয়া পংকজ শৰ্মাই ।

You May Also Like

More From Author