20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

হাফলঙৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

Assamese Newsহাফলঙৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ
শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ডিমা হাচাও জিলাৰ হাফলঙৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঠনি আৰু আন সা-সুবিধাৰ বুজ লয়। বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!