হাফলঙৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

হাফলঙৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ
শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ডিমা হাচাও জিলাৰ হাফলঙৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঠনি আৰু আন সা-সুবিধাৰ বুজ লয়। বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।

GTM Desk