ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ উপায়

1 min read

ভগৱান শ্ৰী গণেশ প্ৰথম পূজনীয় দেৱতা হয়।কোনো শুভ কাৰ্য্য কৰাৰ আগে-ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।এইদিনা বিধি-বিধানেৰে ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-ভগৱান শ্ৰী গণেশৰ কৃপাত-সকলো মনৰকামনা পূৰ্ণ হয়।
ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়-
ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে-
ভগৱান শ্ৰী গণেশৰ দুৱৰি অতি প্ৰিয়।ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলে-গণপতিক দুৱৰি বন অৰ্পণ কৰিব লাগে।যি ভক্তই ভগৱান শ্ৰী গণেশক দুৱৰি বন অৰ্পণ কৰে-সেই ভক্তৰ সকলো মনৰকামনা পূৰ্ণ হয়।ভক্তই সদায়ে-গণপতিক দুৱৰি বন অৰ্পণ কৰিব পাৰে।যদি আপোনাৰ কাৰ্য্যত বাৰে-বাৰে বাধা আহিছে-তেতিয়া ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে।এনে কৰিলে-আপোনাৰ কাৰ্য্যত অহা বাধা দূৰ হয়।
ভগৱান শ্ৰী গণেশক সেন্দূৰ লগাব লাগে-
ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ তেওঁক সেন্দূৰ লগাব লাগে।সেন্দূৰ লগালে-গণপতি প্ৰসন্ন হয়।ভগৱান শ্ৰী গণেশক সেন্দূৰ লগোৱা পাছত-নিজৰ কপাঁলটো সেন্দূৰ লগাব লাগে।ভগৱান শ্ৰী গণেশক সেন্দূৰ লগালে-আৰোগ্য প্ৰাপ্তি হয়।আপুনি সদায়-ভগৱান গণপতিক সেন্দূৰ লগাব পাৰে।
ভগৱান গণেশক ভোগ লগাব লাগে-
ভগৱান শ্ৰী গণেশৰ-লাৰু আৰু মোদক অতিকে প্ৰিয়।সংকষ্ঠী চতুৰ্থী দিনা-ভগৱান শ্ৰী গণেশক লাৰু আৰু মোদকৰ ভোগ দিব লাগে।গণপতিক ভোগ লগোৱাৰ পাছত-প্ৰসাদ ৰূপে লাৰু আৰু মোদকৰ সেৱন কৰিব লাগে।

You May Also Like

More From Author