RSSৰ মূৰব্বী মোহন ভাগৱত কোভিড পজিটিভ |

1 min read

RSSৰ মূৰব্বী মোহন ভাগৱতৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বৰ্তমান তেওঁ নাগপুৰৰ এখন ব্যক্তিগত হাস্পাতলত চিকিৎসাধীন হৈ আছে।

মোহন ভাগৱত সামান্য কাহ আৰু চৰ্দিত ভূগিছিল আৰু আৰটি-পিচিআৰ টেষ্ট কৰাইছিল। তাৰপিছতেই তেওঁৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি।

You May Also Like

More From Author