সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সুৰক্ষা সমন্বয়ৰক্ষী সমিতিয়ে কেবিনেট মন্ত্ৰী ড° ৰনোজ পেগুক সাক্ষাৎ

0 min read

সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিৰ ৩০ জনীয়া এটা সজাতিদলে অসম চৰকাৰৰ শিক্ষা তথা ভৈয়াম জনজাতি মন্ত্ৰী ডা° ৰণোজ পেগুক জনতা ভৱনত সাক্ষাত কৰি ৯দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অৰ্পন কৰে। তেওঁলোকৰ দাবী সমূহ হ’ল….

১/ অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ৰ অধীনত গঠিত ট্ৰাইবেল বেল্ট ব্লকত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰে জনজাতি সকলৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ দাবী জনোৱা হয়।

২/ সংৰক্ষণ আইন অনুযায়ী ১২১৫৫ টা জনজাতিৰ বাবে সংৰক্ষিত বেকলগ পদ পূৰণৰ বাবে বিশেষ নিয়োগ আচনি প্ৰস্তুত কৰা,
৩/ ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা,
৪/ বন অধিকাৰ আইনমতে জনজাতি বনবাসী সকলক ভূমি স্বত্ব প্ৰদান কৰা,
৫/ মহকুমা ভূমি উপদেষ্টা সমিতিত জনজাতি সদস্য অন্তর্ভুক্ত কৰা

You May Also Like

More From Author