সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰা হৈছে।

গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত লোৱা হয়।

লগতে উদ্দীপ্ত জ্যোতি গগৈ আৰু প্ৰকাশ চন্দ্ৰ দাসক আছুৰ উপদেষ্টা হিচাবে নিযুক্তি দিয়ে।

ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।

Shahnawaz Hamza