23.9 C
Assam
Wednesday, May 25, 2022

Featured News

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিনাই অভয়াপুৰীত অঘটন।

Assamese Newsহাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিনাই অভয়াপুৰীত অঘটন।

তপন ৰাজবংশী:
আমতোলাত চিপ লৈ আত্মহনন এজন পৰীক্ষাৰ্থীৰ।পৰীক্ষাৰ দিনাই চিপ লৈ আত্মহননৰ পথ বাচি লয় ছাত্ৰ জনে। নিজ গৃহৰ চৌহদৰ আম গছ এজোপাত চিপ লয় ছাত্র জনে। ছাত্ৰজনৰ নাম পৱন ৰায়।

নিশা পৰিয়ালৰ লোকে ছাত্র জনক শুৱা কোঠাত নেদেখি হুৱা দুৱা লাগে। বিচাৰ খোচাৰ কৰাৰ পিছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছাত্র জন। উত্তৰ শালমাৰাৰ ডি পি এম উচ্চ বিদ্যালয়ৰ ছাত্ৰ আছিল পৱন। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই, পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: