SEBA/AHM: SEBA Results 2020 নামৰ Mobile App আৰু ১৪ টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল
SEBA Results 2020 নামৰ Mobile App আৰু ১৪ টা ৱেবছাইটত প্ৰকাশ পাব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল, ৬ জুনত SEBAই ঘোষণা কৰিব ফলাফল।
প্ৰথমবাৰৰ বাবে কেৱল ডিজিটেল মাধ্যমৰে ফলাফল ঘোষণা কৰা হব
ৱেবচাইট কেইটা হল –
sebaonline.org
resultsassam.nic.in
www.ExamResults.net
www.ExamResults.net/assam/
www.IndiaResults.com
exametc.com
AssamJobAlerts.com
AssamResult.in
www.jagranjosh.com
