বিউটী পাৰ্লাৰত দেহ ব্যৱসায়ঃ আৰক্ষীৰ আটক ৬ গৰাকী….

বিউটী পাৰ্লাৰত দেহ ব্যৱসায়ঃ আৰক্ষীৰ আটক ৬ গৰাকী….

দেহ ব্যৱসায়, মানৱ সৰবৰাহৰ বিৰুদ্ধে এতিয়াও মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আছে ক্ৰাইম ব্ৰান্স আৰু পাণবজাৰ মহিলা আৰক্ষীয়ে।

নিশাৰ ভাগলৈ আৰু অধিক লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ৷ দেহ ব্যৱসায়, মানৱ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিছে ৬গৰাকীক৷

GTM Desk

Related