‘মন গলেই লৰাবোৰক use কৰে, ফ্ৰীজত কাটি ভৰাই দিয়ে’!

‘মন গলেই লৰাবোৰক use কৰে, ফ্ৰীজত কাটি ভৰাই দিয়ে’!
  • তিতাবৰত পৰকিয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন ঘৰ
  • এইবাৰ – বোৱাৰী পলাল BMW বাইকত 
  • মাত্ৰ ৩৩ দিন স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই|
  • ’ল  বোৱাৰী হালধি মাহৰ গোন্ধ জাবলৈ নৌ পাওতেই স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ BMW বাইকত উঠি পলাল বোৱাৰী 
  • ডিব্ৰুগড় আমোলাপট্টিৰ  ৰেহনাজক ৰাণী কৰি আনিছিল তিতাবৰ মেলামাটিৰ ৰাজাই 
  •  প্ৰথম কেইদিনমান ঠিকেই আছিল  কিন্তু ৰাণীৰ মন নিমিলল ৰাজাৰ লগত 
  •   অৱশেষত পৰকিয়া প্ৰেমীক লক্ষীমপুৰৰ নিতাফ হুছেইনে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ মটৰচাইকেলত উঠাই লৈ  ৰাজাৰ ৰাণীৰূপী ৰেহনাজক 
  • দুয়োকে আতক কৰি সোধা পোচা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে 
  •  ৰানীৰ ভৱিষ্যৎ এতিয়া এক ফুল দৌ মালি ইফালে ৰাজাৰ মনত সোমাইছে ভয়,তেখেতৰ মতে মন গলেই লৰাবোৰক USE কৰে, আজি-কালি ফ্ৰীজত কাটি ভৰাই দিয়ে।

GTM Desk